Daily Time Axom

লামডিং ৰে’ল ষ্টেচনত হৃদয়বিদাৰক ঘটনা, প্ৰচণ্ড শীতত মৃত্যুক সাৱটিলে ২ মগনীয়াই

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ লামডিং ৰে'লৱে ষ্টেচনত এক হৃদয় বিদাৰক ঘটনা। ষ্টেচনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ জানিব পৰা মতে, জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ ত জি আৰ পিৰ এটা দলে তহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া লোক দুজনক শুই

মহানগৰীৰ পল্টনবজাৰত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠান

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ পল্টন বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জৈন পথত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইৰ ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। অগ্নিকাণ্ডত জাহ যায় ৬খনকৈ দোকান। ভস্মীভূত হয় বহুলাখ টকাৰ সা-সম্পত্তি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী

অসম গৌৰৱ সন্মানেৰে সন্মানীত মাৰ্ঘেৰিটাৰ মানজে লা

আজি অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বটাঁৰে সন্মানীত হৈছে মাৰ্ঘেৰিটাৰ মানজে লা। ২০০৬ চনত চিংফৌ ইক' ল'জ নামেৰে এটি ই'ক ল'জ গঢ়ি তুলি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইক' টুৰিজমৰ সম্ভাৱনীয়তা সৃষ্টি কৰাৰ লগতে বিকাশ সাধন কৰা মানজে লা নামৰ চাহ খেতিয়ক

বিলাসীপাৰাৰ এখন গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ

বিলাসীপাৰাৰ আই ভিৰ পৰা মায়াৰ চৰলৈ যোৱা গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতিৰ লৈ ৰাজপথত উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ । অতি নিম্ন মানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰা বাবে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ ৰাজপথত উত্তাল প্ৰতিবাদ । দূৰ্নীতি বন্ধ

চহৰ এৰি গাঁৱলৈ গ’লে লাখ লাখ টকা পাব! জাপান চৰকাৰৰ নাগৰিকৰ বাবে নতুন ঘোষণা

সাধাৰণ মানুহেই ভাল জীৱনৰ আশাত গাঁও এৰি চহৰলৈ আহে। ফলত বয়োজ্যেষ্ঠ লোকসকল গাঁওবোৰত থাকি যায়। এই সমস্যা সমাধানৰ বাবে জাপান চৰকাৰে নতুন উদ্যোগ ল’বলৈ ওলাইছে। দেশৰ ডাঙৰ ডাঙৰ চহৰ এৰি গ্ৰামাঞ্চললৈ গ’লে চৰকাৰে নাগৰিকক বৃহৎ আৰ্থিক সহায়

১০০টা সন্তানৰ পিতৃ হোৱাৰ লক্ষ্য

চৰ্দাৰ হাজী জান মহম্মদ খান পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ বাসিন্দা। তেওঁৰ জীৱনৰ লক্ষ্য মাথোঁ এটাই। ১০০টা সন্তানৰ পিতৃ হোৱা। শেহতীয়াকৈ তেওঁ ৬০টা সন্তানৰ পিতৃ হিচাপে পৰিগণিত হৈছে। বৰ্তমান জান মহম্মদৰ ঘৰত আৰু তিনিগৰাকী পত্নী

সোণমৰ পিছত বিপাশাই নিজৰ সন্তানক স্তনপান কৰাই থকা এখন ছবি দিলে ইনষ্টাগ্ৰাম ষ্ট’ৰীত

পুত্ৰ বায়ুক স্তনপান কৰাইছে সোণম কাপুৰে। সেই ছবিখন আনন্দ আহুজাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এইবাৰ বিপাশা বসুৱে কন্যাক স্তনপান কৰাই থকা এখন ছবি শ্বেয়াৰ কৰিছে। বুধবাৰে পুৱা তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দেৱীৰ সৈতে এখন ছবি

পৃথিৱীক প্ৰদক্ষিণ কৰা শেষ মহাকাশচাৰীৰ মৃত্যু

পৃথিৱীৰ প্ৰদক্ষিণ কৰা শেষ মহাকাশচাৰী এপ’ল’ ৭ৰ মৃত্যু হৈছে। এপ’ল’ ৭ৰ শেষৰজন মহাকাশচাৰী ৱালটাৰ কানিংহামৰ মৃত্যু হৈছে। এইগৰাকী আমেৰিকান মহাকাশচাৰীৰ ৯০ বছৰ বয়সত টেক্সাছৰ হিউষ্টনত মৃত্যু হয়। মাৰ্কিন মহাকাশ সংস্থা (নাছা)ই এক বিবৃতিত

আৰ্তজনৰ বাবে আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ ব্যতিক্ৰমী প্ৰয়াস

"শীতৰ সেমেকাত 'উম' ৰ সন্ধান"ৰ শুভাৰম্ভ হিম শীতল ঠাণ্ডাত আৰ্তজনৰ কাষত থিয় দিয়াৰ বাবে আগবাঢ়ি আহিল আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক-শিক্ষয়িত্ৰী সকল ৷ ঠাণ্ডাৰ দিনত বহু মানুহ গৰম কাপোৰৰ অভাৱ অনুভৱ কৰে ৷ এই অভাৱ পূৰণ কৰিবলৈ সৃজণগ্ৰাম

ৰাজ্যৰ ২১ গৰাকী বিশিষ্ট ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ সন্মানঃ এজনলৈ অসম বৈভৱ, ৫ জনলৈ অসম সৌৰভ, ১৫ জনলৈ অসম…

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ