Daily Time Axom

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ঘৰত আক্ৰমণ, ভাঙি চুৰমাৰ কৰিলে গাড়ী, জ্বলাই দিলে…

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত তাণ্ডৱ দুৰ্বৃত্তৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰয়াত পিতৃ হিৰুধন দেৱৰ বাৰ্ষিক আদ্যশ্ৰাদ্ধৰ এদিন পূৰ্বে বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই । কেৱল ইয়াতেই ক্ষান্ত

কলিয়াবৰৰ বড়িগাঁৱত হাতীৰ আক্রমণত নিহত এজন

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজনৰ মৃত্যু। কলিয়াবৰৰ বড়িগাঁৱত ঘৰৰ চোতালতে হাতীৰ আক্ৰমণত মোহন তামুলী নামৰ ৮৫ বছৰীয়া বৃদ্ধজনে হেৰুৱালে প্ৰাণ। বনৰীয়া হাতীটোৱে বৃদ্ধজনক মূৰ আৰু ভৰিত গছকি

সুৰাৰ ৰাগীত মাতাল হৈ নিজৰ ঘৰতেই অগ্নি সংযোগ নামতিত এজন লোকৰ

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ সুৰাই কাল হ'ল এটা পৰিয়ালৰ। নিমিষতে জ্বলি ছাই হৈ গ'ল এটা ঘৰ।মঙলবাৰে নিশা নামতিৰ বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰৰ কাষতে থকা চিৰন্তন দত্ত নামৰ লোক জনে সুৰাৰ ৰাগীত মাতাল হৈ নিজ ঘৰতেই অগ্নিসংযোগ কৰাৰ ফলতেই নিমিষতে সম্পূৰ্ণ

অষ্ট্ৰেলিয়াত দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ, ৪ জনৰ মৃত্যু

অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্ট অঞ্চলৰ ছি ৱৰ্ল্ড থিম পাৰ্কৰ সমীপত দুখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ হয়। কৰ্তৃপক্ষই জনোৱা মতে, এই দুৰ্ঘটনাত আৰু ৩ জন লোক গুৰুতৰভাৱে আহত হয়। কুইন্সলেণ্ড আৰক্ষীয়ে সংবাদমেলত জনাই যে দুয়োখন হেলিকপ্টাৰে সংঘৰ্ষৰ

নিউয়ৰ্কত মানুহৰ মৃতদেহ জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰাৰ অনুমতি

আমেৰিকাৰ নিউয়ৰ্ক ৰাজ্যৰ প্ৰশাসনে মানুহৰ মৃতদেহক জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰাৰ অনুমতি প্ৰদান কৰিছে। তাত কাৰোবাৰ মৃত্যুৰ পিছত মৃতকৰ ওচৰৰ আত্মীয়ই ইচ্ছা কৰিলে প্ৰিয়জনৰ শৰীৰ পচন সাৰ কৰি দিব পাৰে। ইয়াক সমাধি বা দাহ কৰাৰ পৰিৱৰ্তে পৰিৱেশ

নাৰীয়েই নাৰীৰ শত্ৰু? এই নিন্দা মচিবলৈ সামান্থাই কি কৰিলে!

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে দক্ষিণত থাকিলেও প্ৰতিজন চিনেমা প্ৰেমীৰ হৃদয়ত বাস কৰে। অভিনয়, সম্পৰ্ক, বিবাহ বিচ্ছেদ, সকলো কথাতে তেওঁ পোনপটীয়া। এইবাৰ তেওঁ ট্ৰলাৰক উত্তৰ দিলে। নিজৰ বাবে নহয়। আন এগৰাকী দক্ষিণৰ অভিনেত্ৰীৰ কাষত থিয়

পেলেক শ্ৰদ্ধাঞ্জলি জনাই চেলফি মাৰি সমালোচনাৰ সন্মুখীন ফিফাৰ সভাপতি

ফুটবল সম্ৰাটৰ কফিনটো সকলোৰে দৰ্শনৰ বাবে মুকলি কৰা হৈছিল। ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে সেই মুকলি কফিনৰ সন্মুখত চেলফি তুলিলে। তেওঁৰ চেলফিত পেলেৰ পৰিয়ালৰ কোনো নাছিল। এই চেলফিখন লৈ তেওঁ বিতৰ্কৰ আওতালৈ আহিছে। চেলফি তোলাৰ পাছত

নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন

গুৱাহাটী, ৩ জানুৱাৰী: অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলৰ এটা বিশেষ সন্থা হৈছে নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা । ২০১৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে জন্মলাভ কৰা এই সন্থাই ছয়তি বছৰ অতিক্ৰম কৰি সাতটা বছৰত ভৰি দিছে । নৰ্থ ইষ্ট

৬,৭ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চতুৰ্থ মণিকাঞ্চন নৃত্য মহোৎসৱ ২০২৩ ৰ আয়োজন

গুৱাহাটী, ৩ জানুৱাৰী : - অসম চৰকাৰৰ ৰাজ্যিক পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ (SLAC ) অসম চৰকাৰৰ সহযোগত আৰু " মণিকাঞ্চন ক'লা মঞ্জুৰী"ৰ উদ্যোগত অহা ৬ আৰু ৭ জানুৱাৰীত পাঞ্জাবাৰীৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ

পশ্চিমবংগত ৪ দিন পূৰ্বে মুকলি কৰা বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ ।মুকলিৰ ৪ দিন পাছতেই এই অনাকাংক্ষিত ঘটনা । মালদা ষ্টেচনত সংঘটিত হয় এই ঘটনা । শিলগুটি নিক্ষেপত কোনো লোক আহত হোৱা নাই । উল্লেখ্য যে, ৪ দিন পূৰ্বে