Daily Time Axom

নগাঁৱত তেলচোৰক আৰক্ষীৰ গুলীচালনা, পলায়নৰ চেষ্টা কৰোতে গুলীচালনা আৰক্ষীৰ

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ নগাঁৱত নিশা আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ কুখ্যাত তেল চোৰ ইমদাদ আলী। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টাৰ সময়তে গুলীচালনা। নগাঁও আৰক্ষীয়ে বিভিন্ন জিলাৰ পৰা আটক কৰিছিল তেল চুৰি চক্ৰক। তেল চুৰিৰে জড়িত ১০জনক আটক কৰিছিল

গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা, দুৰ্ঘটনাত ৯জনৰ মৃত্যু

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন বাছ আৰু এখন ফৰ্চুনাৰ বাহনৰ মুখামুখি সংঘৰ্ষ । বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল। জানিব পৰা মতে, চলন্ত বাছত চালকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে।

আজি নতুন দিল্লীত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ আজি নতুন দিল্লীত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক | দিল্লীৰ অসম হাউছত পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ এই কেবিনেট বৈঠক | বৈঠকখনত মুখ্যমন্ত্রীৰ লগতে বহুকেইগৰাকী মন্ত্ৰী উপস্থিত থাকিব | কেবিনেটৰ বাবে সকলো মন্ত্রীকে

৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত মানি চলক এই কেইটা বিশেষ নিৰ্দেশনা নহ’লে আপুনি পৰিব আৰক্ষীৰ ৰোষত

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ ৩১ ডিচেম্বৰ উদযাপনক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ সংবাদমেল। যান-বাহনক লৈ ১০টা নিময় বান্ধি দিলে আৰক্ষীয়ে। ১/ অনুজ্ঞাপত্ৰবিহীনভাৱে যান-বাহন চলাব নোৱাৰিব ৰাজপথত। ২/ সুৰাপান কৰি যান বাহন চলোৱাত নিষেধাজ্ঞা।

মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ সৈতে ‘এংগেজড্’ হ’ল ৰাধিকা মাৰ্চেণ্টৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ ৰাধিকা মাৰ্চেণ্টৰ সৈতে শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব মুকেশ আম্বানীৰ পুত্ৰ আনন্দ আম্বানী। শীঘ্ৰে আম্বানী পৰিয়ালৰ বোৱাৰী হ’ব ৰাধিকা মাৰ্চেণ্ট। আজি ৰাজস্থানৰ নাথদ্বাৰাস্থিত শ্ৰীনাথজী মন্দিৰত শৈলা আৰু বীৰেণ মাৰ্চেণ্টৰ

আজিৰে পৰা মহানগৰীৰৰ চানমাৰিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ আজিৰে পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত বাৰ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম গ্ৰন্থমেলা ২০২২-২৩।অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত এই গ্ৰন্থমেলা। ২৯

মহানগৰীত মটৰচালিত ৰিক্সা বন্ধ কৰাৰ নিৰ্দেশ GMCৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ মহানগৰীত মটৰচালিত ৰিক্সা বন্ধ কৰাৰ নিৰ্দেশ GMCৰ। গুৱাহাটী পৌৰ নিগমে বাধা আৰোপ কৰিছে মটৰ সংযুক্ত ৰিক্সা চলাচলত। পৌৰ নিগমে মটৰ চালিত ৰিক্সাৰ চালক, মালিকক মটৰ সংযোগ বিচ্চিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা দিছে। এসপ্তাহৰ

যোৰহাটত ট্ৰেংকুলাইজ কৰা বাঘৰ মৃত্যু, কাজিৰঙাত চিকিৎসাধীন অৱস্থাত মৃত্যু নাহৰফুটুকীটোৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ যোৰহাটত ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোৰ মৃত্যু। যোৱা সোমবাৰে যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আৱাসিক এলেকাত ত্ৰাসৰ সৃষ্টি কৰা বাঘটো ট্ৰেংকুলাইজ কৰা হৈছিল। নাহৰফুটুকীটোৱে ১৩জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল।

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টিৰ সভাত অঘটন। পদপিষ্ট হৈ মৃত্যু ৮ জনকৈ লোকৰ। মৃতসকলৰ মাজত আছে দুগৰাকী মহিলাও। নেল্লৰৰ কুন্দুকুৰত অনুষ্ঠিত হৈছিল এন চন্দ্ৰবাবু নাইডুৰ সভা। সভাত সমৱেত হৈছিল কেইবা সহস্ৰাধিক জনতা। সভাৰ

নাজিৰাত ভয়ংকৰ ঘটনা: ডেকা সত্ৰাধিকাৰৰ কুঠাৰাঘাতত প্ৰাণ গ’ল ভকতৰ

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ নাজিৰাত লোমহৰ্ষক হত্যাকাণ্ড। ভকতে প্ৰাণ ললে সতীৰ্থ ভকতক l নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱৰ দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল সতীৰ্থ ভকত জয়নাথ বৰাৰ। অভিযুক্ত ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তক আটক