Daily Time Axom

জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী,সংঘৰ্ষত নিহত ৩টাকৈ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। জম্মুৰ পাঞ্জতীৰ্থী-সিধৰা পথত আজি পুৱা প্ৰায় ৭.৩০ বজাত এই ঘটনা সংঘটিত হয়।ভয়ংকৰ সংঘৰ্ষৰ ফলত ৩টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে। এখন ট্ৰাকৰ গতিবিধিত সন্দেহ হোৱাত সেনাই

নিশা ভয়ংকৰ অগ্নিকাণ্ড ঘটনা, অগ্নিদগ্ধ হৈ ৩ কণমানিসহ ২জন লোকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ মৌ জিলাত নিশা শোকাৱহ ঘটনা। অগ্নিদগ্ধ হৈ ৩ কণমানি, এগৰাকী মহিলা আৰু এজন বৃদ্ধৰ কৰুণ মৃত্যু। জানিব পৰা মতে, এটা ষ্ট’ভৰ পৰা সূত্ৰপাত হৈছিল এই অগ্নিকাণ্ড। এই শোকাৱহ ঘটনাৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক

পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত বৃদ্ধি ৩০ পইচাকৈ

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ জনতাৰ মূৰত ৰামটাঙোন শোধাই ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। চলিত মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি। ৯ ডিচেম্বৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত। যোৱা ২৫ নৱেম্বৰতো

কেন্দ্ৰই চূড়ান্ত কৰিছে নাশিকা ভেকচিনৰ মূল্য

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিলে নাশিকা ভেকচিনৰ মূল্য। এটা ড’জৰ বাবে জিএছটিকে ধৰি ১০০০ টকা খৰচ হ’ব।যোৱা সপ্তাহত ভাৰত বায়’টেকে নিৰ্মাণ কৰা নাশিকা ভেকচিনত অনুমোদন জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে। মঙলবাৰে কেন্দ্ৰই নিজৰ মূল্য

অৱশেষত ট্ৰেংকোলাইজ কৰা হ’ল চটাইত আতংক চলোৱা নৰখাদক বাঘটোক

নিউজ ডেস্ক, ২৭ অক্টোবৰঃ টীয়কৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ চৌহদত সোমবাৰৰ পৰা নাহৰফুটুকী বাঘে আতংক চলাই আহিছে।বাঘটোৱে নিদ্ৰা হৰণ কৰিছে সকলোৰে।বন বিভাগৰ লোকে দিনে ৰাতিয়ে অহৰহ চেষ্টা চলাইছে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ অথবা ট্ৰনকোলাইজ

টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত নাহৰফুটুকীৰ সন্ত্ৰাস

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত নাহৰফুটুকীৰ সন্ত্ৰাস ।নাহৰফুটুকীটোৰ আক্ৰমণত আহত দুই বনকৰ্মী আৰু প্ৰতিষ্ঠানটোৰ এগৰাকী আৱাসিক মহিলা। নাহৰফুটুকীৰ আক্ৰমণত আহত দুই বনকৰ্মী ক্ৰমে জিতুমনি বৰা আৰু প্ৰবোধ

ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women’s National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা…

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women's National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ। আনহাতে অংকুশিতা বড়োয়ে অৰ্জন কৰিছে ৰূপৰ পদক। ১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল এই চেম্পিয়নশ্বিপ।

হঠাতে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, AIIMS ত ভৰ্তি কৰোৱা হৈছে বিত্তমন্ত্ৰী গৰাকীক

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ হঠাতে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। সোমবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰা হৈছে । ৬৩ বছৰীয়া সীতাৰমণক আজি দুপৰীয়া ১২ বজাত চিকিৎসালয়খনৰ এটা ব্যক্তিগত ৱাৰ্ডত

ঢেকীয়াজুলিত যুৱতীক এচিড আক্ৰমণ, মুখমণ্ডল, হাত, ডিঙি জ্বলি গুৰুতৰভাৱে আহত যুৱতীগৰাকী

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা৷ দিব্যা নামৰ এগৰাকী ৩৫ বছৰীয়া যুৱতীক স্থানীয় বাৎসু কৰ নামৰ এজন লোকে এচিডেৰে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী। লগে লগে যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়।

কৰুণ ঘটনা! তিনিচুকীয়াত অগ্নিদগ্ধ হৈ মাতৃ আৰু কণমানি পুত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ তিনিচুকীয়াৰ পানীতোলাত শোকাৱহ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত মাতৃসহ ডেৰ বছৰীয়া পুত্ৰৰ কৰুণ মৃত্যু। জুইত ভস্মীভূত হ'ল মাতৃ-শিশু। শুই থকা অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত মাতৃ পুনম গোৱালা আৰু কণমানি ৰমেশ গোৱালাৰ