Daily Time Axom

উচ্ছেদ অভিযানত বাধা দিবলৈ গৈ আটক হ’ল বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ বৰপেটাৰ উচ্ছেদস্থলীৰ পৰা বিধায়ক শ্বেৰমান আলীক আটক। উচ্ছেদ বন্ধ কৰিবলৈ গৈছিল বিধায়কজন। বটদ্ৰৱাৰ পিছত আজি বৰপেটাত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৪০০ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান চলাইছে

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত নেমছুৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

নামনি অসম তথা বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত আজিৰে পৰা দু দিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ল উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ নেমছ ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।প্ৰাপ্ত তথ্যমতে কোকৰাঝাৰ জিলা

বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ “স্মৃতি ৰোমন্থন সন্মিলন”

আজি বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহীয়া ভৱনত এই বিদ্যালয়ৰ ১৯৭৬চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীৰ এক অভিনৱ অনুষ্ঠান "স্মৃতি ৰোমন্থন সন্মিলন" এক গাম্ভীৰ্যপুৰ্ণ পৰিৱেশত সফলভাৱে সম্পন্ন হয়।

হোজাই জিলাৰ উদালী গাঁৱৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত বিশেষ অনুষ্ঠান

লংকাৰ পূৱউদালী গাঁৱৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ ভক্তপানৰ মাজত নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা এটি মাইক মেচিন প্ৰধান কৰে সকলোৰে পৰিচিত উদালী তিনিআলীৰ হৈছে ৰাজু গোস্বামী ।জানিব পৰা মতে ৰাজু গোস্বামীয়ে নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা পূৱ উদালী

কৰ’ণাৰ বাবে চীনৰ পৰিস্থিতি নিয়ন্ত্ৰণহীন

চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ উদ্ধৃতিৰে ব্লুমবাৰ্গে প্ৰকাশ কৰিছে যে মঙলবাৰে ইয়াত এদিনতে ৩৭ নিযুত ক’ভিড আক্ৰান্তৰ সম্ভাৱনা আছে। অৱশ্যে চৰকাৰী হিচাপত আজিৰ দিনটোত মাত্ৰ ৩ হাজাৰ ক’ৰোনা আক্ৰান্তৰ তথ্য পোৱা গৈছে। প্ৰতিবেদন অনুসৰি চলিত

অভিনেত্ৰী ছাৰা খানে শ্বীজান খানক লক্ষ্য কৰি লোৱাত ক্ষোভ প্ৰকাশ

টুনিছা শৰ্মাৰ আত্মহত্যাৰ খবৰে উদ্যোগটোৰ সকলোকে স্তম্ভিত কৰাৰ বিপৰীতে আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ কথিত প্ৰেমিক শ্বীজন খানক চাৰিদিনৰ বাবে জিম্মাত লৈছে। এতিয়া অভিনেত্ৰী ছাৰা খানে শ্বীজান খানক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ

চীনৰ এটা সোণৰ খনিত আবদ্ধ ১৮জন লোক

উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং অঞ্চলৰ এটা সোণৰ খনিত আবদ্ধ হৈ আছে ১৮ জন শ্ৰমিক। উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰি আছে। শনিবাৰে বিয়লি কাজাখস্তান সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত থকা ইনিং কাউন্টিত সোণৰ খনিটোত ৪০ জন লোকে কাম কৰি

দক্ষিণ আফ্ৰিকাত টেংকাৰ বিস্ফোৰণত ১০ জন লোকৰ মৃত্যু

দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ চহৰ জোহান্সবাৰ্গৰ পূব দিশৰ বক্সবাৰ্গত টেংকাৰ বিস্ফোৰণত দহজন লোক নিহত হোৱাৰ লগতে ৪০ জন আহত হয়। খবৰ অনুসৰি শনিবাৰে পুৱা এখন দলঙৰ তলেৰে পাৰ হৈ যোৱাৰ সময়তে লিকুইফাইড পেট্ৰলিয়াম গেছ (এল পি জি) কঢ়িয়াই অনা

দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত ২জন

নিউজ ডেস্ক, ২৫ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ বৰ তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আনহাতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। জানিব পৰা মতে, ছয়গাঁৱৰ দিশৰ পৰা ৰাণী অভিমুখে আহি থকা এ এছ ০১ ই

প্ৰতিদিনে কিমান নিমখ খাব লাগে

টেবুল ছল্ট হ’ল ছডিয়াম ক্লৰাইড। শৰীৰৰ বাবে ছডিয়াম এক অপৰিহাৰ্য উপাদান। শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ, আৰু স্নায়ু আৰু পেশীৰ স্বাভাৱিক কাৰ্য্যকলাপৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ছডিয়ামৰ প্ৰয়োজন। কিন্তু অতিৰিক্ত ছডিয়াম শৰীৰৰ বাবে