Daily Time Axom

অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হ’ল সূৰ্য হাজৰিকা

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ আজি ঘোষিত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ ফলাফল অনুসৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ সূৰ্য হাজৰিকা সভাপতি হিচাবে নিৰ্বাচিত হৈছে৷ সভাপতি পদত প্ৰাৰ্থীত্ব

মধ্যপ্ৰদেশৰ বেতুল জিলাত ভয়াৱহ পথ দুৰ্ঘটনা, ৪ জন লোকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ মধ্যপ্ৰদেশৰ বেতুল জিলাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৪ জন লোকৰ কৰুণ মৃত্যু । ট্ৰাক আৰু গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও

কণ্ঠশিল্পী দীপলিনা ডেকাক মানসিক হাৰাশাস্তি ! চানমাৰি আৰক্ষীয়ে আটক কৰিলে মৃদুল নাথক

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ মাজনিশা চানমাৰি থানাত কণ্ঠশিল্পী দীপলিনা ডেকা। মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত্যাচাৰ চলাই আহিছিল দীপলিনাক। ফোনতো দীপলিনাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিচাৰিছিল

আজি ঘোষণা হ’ব অসম সাহিত্যসভাৰ নিৰ্বাচনী ফলাফল

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ আজি নলবাৰীত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব। নলবাৰী জিলা পুথিভঁৰালত অসমৰ ৭৮৪ টা শাখাই প্ৰদান কৰা ভোট গণনা কৰা হ’ব। দিনৰ ১২ বজাৰ পৰা ভোটগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। অৱসৰী প্ৰশাসনিক বিষয়া হৰেন্দ্ৰ নাথ

শিঙিয়া সমবায় সমিতিৰ লিমিটেডৰ নিৰ্বাচনৰ বাবে ৩৪ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

শিঙিয়া সমবায় সমিতি লিমিটেডৰ অহা ২ জানুৱাৰীত হ'ব লগা ১৫ জনীয়া সমিতিৰ বাবে আজি ৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। নিৰ্বাচনী বিষয়া ৰূপৰঞ্জন দাসে জনোৱা মতে ৩৪ গৰাকী প্ৰাৰ্থীৰ আটাইকেইজনৰে মনোনয়ন বৈধ পোৱা গৈছে আৰু তেওঁলোকৰ মাজৰে

প্ৰতিবাদৰ সমৰ্থনত ইৰাণত গ্ৰেপ্তাৰ অস্কাৰ বিজয়ী অভিনেত্ৰী

ইৰাণৰ জনপ্ৰিয় অস্কাৰ বিজয়ী চলচ্চিত্ৰ অভিনেত্ৰী তৰানে আলিদোষ্টীক হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ। ৮ ডিচেম্বৰত ইৰাণৰ হিজাব বিৰোধী আন্দোলনৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল ছানীয়ে।

জেকলিনে ৰনবীৰ-বৰুণক চৰ মাৰিলে, কি হ’ল?

ভাৰতীয় কোটিপতি সুকেশ চন্দ্ৰশেখৰৰ সৈতে ঘনিষ্ঠতাৰ বাবেই জেকলিন ফাৰ্নাণ্ডেজ বাৰে বাৰে আদালত আৰু চোৰাংচোৱা সংস্থাৰ কাৰ্যালয়লৈ যাব লগা হৈছে। এই বিতৰ্কই লগ এৰি যোৱা নাই বলীউডৰ অভিনেত্ৰীগৰাকীক। অৱশ্যে ইমান বিতৰ্কৰ মাজতে জেকলিনে নিজৰ

ছিকিমত খাৱৈত ট্ৰাক পৰি নিহত ১৬ জোৱান

ভাৰতীয় সেনাৰ এখন ট্ৰাক খাৱৈত পৰি নিহত হয় তিনিজন সেনা বিষয়াসহ ১৬জন জোৱান। শুকুৰবাৰে ছিকিমৰ পাহাৰীয়া অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। ৰাতিপুৱা চাটেনৰ পৰা থাংগুলৈ গৈ আছিল সেনাৰ কনভয়। দুৰ্ঘটনাটোত জড়িত ট্ৰাকখন আছিল বহৰখনৰ তিনিখন

অবৈধভাৱে আমেৰিকা-মেক্সিকো সীমান্ত পাৰ হ’বলৈ গৈ গুজৰাটৰ এজন লোকৰ মৃত্যু

অবৈধভাৱে আমেৰিকা-মেক্সিকো সীমান্ত পাৰ হৈ যোৱাৰ সময়তে গুজৰাটৰ এজন লোকৰ মৃত্যু হয়। জনা যায় যে সেই ব্যক্তিজনৰ নাম বৃজকুমাৰ যাদৱ। তেওঁ গুজৰাটৰ গান্ধীনগৰৰ বাসিন্দা। বুধবাৰে আমেৰিকা-মেক্সিকো সীমান্তত ট্ৰাম্প ৱাল নামেৰে পৰিচিত দেৱালৰ

নিজকে লতাৰ লগত তুলনা কংগনাৰ

কংগনা য'ত আছে তাতেই বিতৰ্ক। কংগনাই যে মনে মনে থাকিব নোৱাৰে সেই কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে। এনেকৈ এফালে যেতিয়া সমগ্ৰ দেশ দীপিকাৰ বিকিনিক লৈ উন্মাদনাত ডুব গৈছে।তেতিয়াই কংগনাই হঠাতে মুখ মেলিছে।এইবাৰ বিয়াঘৰত বলীউডৰ তাৰকাসকলৰ