ভয়ংকৰ বাছ দুৰ্ঘটনা, শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ মৃত্যু
নিউজ ডেস্ক, ২১ ডিচেম্বৰতঃ মণিপুৰত শোকাৱহ বাছ দুৰ্ঘটনা। দুখনকৈ বাছ দুৰ্ঘটনাত পতিত হোৱাত ১৫গৰাকীকৈ ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ। মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত দুৰ্ঘটনাত পতিত ছাত্ৰী কঢ়িয়াই নিয়া বাছখন।
থাম্বালনু উচ্চতৰ মাধ্যমিক!-->!-->!-->…