Daily Time Axom

ডিজিটেল নিউজৰ মৃদুলা বৰুৱা, ডাঃ নুমল মমিন, ডঃ দিব্যজ্যোতি শইকীয়া, প্ৰশান্ত ৰাজগুৰু, নয়নমণি…

১৭ ডিচেম্বৰ,গুৱাহাটী: "দেইলি টাইম অসম" নামৰ নিউজ পৰ্টেলটিয়ে ১৬ ডিচেম্বৰত তৃতীয় বৰ্ষত পর্দাপন কৰে। এই উপলক্ষে শুকুৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰত দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উলহ মালহেৰে উদযাপন কৰা হয়। দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি

আজি দৰ্শকৰ বাবে মুকলি কৰা হ’ব ভাৰত-শ্ৰীলংকাৰ মেচৰ টিকট

নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ বৰ্ষাপাৰাত প্ৰস্তুতি তুংগত অসম ক্ৰিকেট সন্থাৰ।আজি দৰ্শকৰ বাবে মুকলি কৰা হ'ব ভাৰত-শ্ৰীলংকাৰ মেচৰ টিকট। ১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ৷ আজিৰ পৰা BookMyShowত উপলব্ধ মেচৰ টিকট৷ মেচৰ বাবে অনলাইনত

ধিঙত পিষ্টলসহ ৩ কুখ্যাত ডকাইত আটক

নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ বাসগৃহত নিশা ডকাইতৰ দলে স্প্ৰে মাৰি অচেতন কৰি ডকাইতি কাণ্ড সংঘটিত কৰা সন্দৰ্ভত তিনিটা ডকাইতক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে। লগতে আৰক্ষীয়ে ডকাইতৰ দলৰ পৰা ৭.৬ পিষ্টলৰ

আজি উত্তৰ-পূৱলৈ প্ৰধানমন্ত্ৰী মোডী, অংশ ল’ব NECৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত

নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ আজি মেঘালয়, ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শ্বিলঙত অংশ ল'ব NECৰ সোণালী জয়ন্তীত। শ্বিলঙৰ কনভেনশ্বন চেণ্টাৰত হ'ব উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী। সোণালী জয়ন্তীত অংশগ্ৰহণৰ পাছত অংশ ল'ব এখন

উৎকোচ লোৱাৰ সময়তে ভিজিলেন্স বিভাগৰ হাতত ধৰা পৰি টকা গিলিল এজন আৰক্ষীয়ে

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ উৎকোচ লোৱাৰ সময়তে ভিজিলেন্স বিভাগৰ বিষয়াৰ হাতত ধৰা পৰে এজন আৰক্ষী। ধৰা পৰাৰ লগে লগে আৰক্ষী বিষয়াজনে ঘোচৰ টকাখিনি গিলিবলৈ ধৰিলে। পুলিচ বিষয়াজনে উৎকোচৰ টকাখিনি গিলি প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। এই ঘটনা

ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা ! বিদ্যালয়লৈ গৈ থকা ছাত্ৰীৰ ওপৰত এচিডৰে আক্ৰমণ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা। দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত দুজন বাইক আৰোহীয়ে এগৰাকী কিশোৰীলৈ এচিড নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য মতে দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত দুজন বাইক আৰোহীয়ে

বিলাসীপাৰা থানা চৌহদত ৰখা গেং অৱ ডেভিলছৰ তিনিখনকৈ মটৰ চাইকেলত অগ্নিসংযোগ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ বিলাসীপাৰা থানাত চাঞ্চল্যকৰ ঘটনা। নিশা থানা চৌহদত থকা তিনিখন বাইক জ্বলাই দিলে দুৰ্বৃত্তই। আৰক্ষীয়ে জব্দ কৰিছিল এই বাইককেইখন। কোনে কি কাৰণত বাইক কেইখন জ্বলাই দিলে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই। উল্লেখযোগ্য যে এই

মহানগৰীৰ গণেশগুৰিৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্রাগছ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ৰাজ্য়ত ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত। এইবাৰ এম্বুলেঞ্চেৰে ড্ৰাগ্ছ সৰবৰাহ কৰি ধৰা পৰিল আৰক্ষীৰ হাতত।মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলা অভিযানত মণিপুৰৰ পৰা অহা এখন এম্বুলেন্সত উদ্ধাৰ হ'ল বুজন পৰিমাণৰ

প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ঘোষণা হ'ল অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। সেই অনুসৰি ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষা আৰু অন্ত পৰিব ২০ মাৰ্চত। এই পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১ বজালৈ অনুষ্ঠিত হ'ব। আনহাতে পিছবেলাৰ পৰীক্ষা হ'ব

সুখবৰঃ অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে Geographical Indication (GI) টেগ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ বছৰৰ শেষত অসমবাসীৰ বাবে ভাল খবৰ। অসমীয়া জাতিৰ স্বাভিমান গামোচাই লাভ কৰিলে জি আই টেগ। ভাৰত চৰকাৰৰ Geographical Indications Registry য়ে আগবাঢ়াইছে এই জি আই টেগ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে