Daily Time Axom

আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে। আনহাতে মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত

বোকাখাতত পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ পুৱা পথাৰলৈ গৈ থকা অৱস্থাতে গঁড়ৰ আক্ৰমণত থিতাতে নিহত এজন লোক। বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত গঁড়ৰ আক্ৰমনত এগৰাকী লোকৰ কৰুণ মৃত্যু। মৃত লোকজনৰ নাম ৬০ বছৰীয়া তাৰচন চৌধুৰী বুলি জানিব পৰা গৈছে৷ পুৱা খেতিপথাৰলৈ

বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৰ ডাঙাইগাঁৱত দুই ট্ৰাক হাইজেকাৰ আটক,পলাবলৈ চেষ্টা চলাওতে নিহত এজন

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৰ ডাঙাইগাঁৱত শনিবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই দুই ট্ৰাক হাইজেকাৰ আটক কৰে। আটকাধীন লোক দুজন হৈছে ২নং ভাণ্ডাৰাৰ উছমান গণি আৰু আনজন বালাৰচৰ জুব্বাৰ আলী। ইয়াৰোপৰি, বিজনীৰ ডাঙাইগাঁৱত

লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ, পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত…

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ। প্ৰফেছনেল কিলাৰ মোহন কুমাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। নিউ বঙাইগাঁও ৰে'ল আৰক্ষীৰ জালত মোহন কুমাৰ। পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত ৰে'ল কৰ্মচাৰীক। ২ লাখ টকাৰ

আপোনাৰ প্ৰিয় চেনেল Daily Time Axom-এ ভৰি দিব ৩য় বছৰত, ১৬ ডিচেম্বৰত বিশাল আয়োজন

গুৱাহাটী, ১১ ডিচেম্বৰঃ অহা ১৬ ডিচেম্বৰ(শুকুৰবাৰ)২০২২ তাৰিখে Daily Time Axom নিউজ পৰ্টেলে ২য় বৰ্ষ অতিক্ৰম কৰিব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে বৰ্ষপূতি অনুষ্ঠান আয়োজন কৰা হৈছে। এই

কাছাৰত ৫০ কোটিতকৈ অধিক মূল্যৰ ২লাখ য়াবা টেবলেট জব্দ

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে দুই লাখ য়াবা টেবলেট৷ শিলচৰ- আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই AS25-TC-1582 নম্বৰৰ ট্ৰাক খনৰ পৰা জব্দ কৰা হয় টেবলেট

IIT গুৱাহাটীত গণিত বিভাগৰ অধ্যাপকৰ আত্মহনন

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ গুৱাহাটী আই আই টিৰ অধ্যাপকৰ আত্মহনন।গুৱাহাটীৰ আই আই টিত অধ্যাপকজনে বাস কৰা ডি ০০২ কোঠাত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ মৃতদেহটো। অধ্যাপকজন দিল্লীৰ ড° সমীৰ কামাল। গণিত বিভাগৰ অধ্যাপক আছিল তেওঁ। কি কাৰণত অধ্যাপকজনে

নিশা মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত দপদপাই জ্বলিল এখন i10 বাহন

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ নিশা মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত দপদপাই জ্বলিল এখন i10 বাহন। প্ৰথমে সংঘটিত হয় এক দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহন ক্ৰেনেৰে নিয়াৰ সময়তে জ্বলিল বাহনখন। ক্ৰেনৰ চালকৰ ভুলৰ বাবেই ভস্মীভূত হয় বাহনখন। বাহনখন জ্বলাৰ পাছতে

লামডিঙত গুলীচালনাৰ ঘটনা, দুৰ্বৃত্তৰ গুলীত আহত ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তী

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ লামডিঙৰ শিমলুতলাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। লামডিঙৰ এগৰাকী প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলিত আহত হয় ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্রৱৰ্তী। জানিব পৰা মতে এখন

মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড৷ ফটাশিল আমবাৰীৰ কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ পাছফালে থকা হৰিজন কলনিত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডটো | প্ৰায় ১৫০ ত কৈও অধিক বাসগৃহ সম্পূৰ্ণভাৱে জুইত জাহ