Daily Time Axom

আজিৰে পৰা ১৭ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজিৰে পৰা ১৭ দিনীয়াকৈ অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন । কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ নেতৃত্বত অনুষ্ঠিত হ'ব লগীয়া এই অধিৱেশনত উত্থাপন কৰা হ'ব ১৬ খনকৈ নতুন প্ৰস্তাৱ । গুজৰাট নিৰ্বাচনৰ বাবে পলমকৈ অনুষ্ঠিত হোৱা

আজি গুৱাহাটীৰ গান্ধী মণ্ডপত অসম চৰকাৰৰ কেবিনেট বৈঠক

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত নাথাকিব চকী–মেজ। পাটিত বহিয়ে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে কৰিব কেবিনেট বৈঠক। প্ৰথমবাৰৰ বাবে পাটিত বহি কৰিব কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকৰ আয়োজন কৰা

অসম তথা দেশলৈ সুখবৰ, ডঃ দিব্যজ্যোতি শইকীয়াক আন্তৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা

মুম্বাই, ৭ ডিচেম্বৰ: ৩ডিচেম্বৰৰ বিয়লি মহাৰাষ্ট্ৰৰ সিৰড্ডীৰ সমীপৰ শ্ৰী ৰামপুৰত বিশ্ব সংবিধান সাংসদ সংস্থাৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশ্ব সংবিধান সাংসদ সংস্থাৰ গ্লোবেল সভাপতি প্ৰফেছৰ ডঃ গ্লেন টি মাৰ্টিনে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন অধ্যাপক

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চাহ দোকানত সোমাল এখন বাছ। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন অধ্যাপক। আনহাতে গুৰুতৰভাৱে আহত হোৱা তিনিজনকৈ লোকক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। অধ্যাপক অঞ্জনজ্যোতি বৰা

মহানগৰীৰ নুনমাটিত দুৰ্ঘটনা, থিতাতে নিহত জিণ্টু থাপা নামৰ যুৱকজন

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ মহানগৰীৰ নুনমাটিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজন যুৱকৰ। নিহত যুৱকজন খাৰঘূলি জয়পুৰৰ জিণ্টু থাপা। স্কুটীৰে আহি থকা অৱস্থাত প্ৰথমে বালিত পিছলি পৰে তাৰ পাছতে পিছফালৰ পৰা অহা বাহনে খুন্দিয়াই থৈ

৭ বছৰ পূৰ্বে হত্যা এগৰাকী যুৱতীক, কিন্তু এতিয়া জীৱিত অৱস্থাত উদ্ধাৰ

উত্তৰ প্ৰদেশৰ আগ্ৰাত সাত বছৰ পূৰ্বে মৃত অৱস্থাত উদ্ধাৰ হোৱা এগৰাকী যুৱতী হাতৰাছত জীৱিত অৱস্থাত উদ্ধাৰ হৈছে। ২০১৫ চনত অপহৰণ কৰি হত্যা কৰা হৈছিল যুৱতীগৰাকীক। আলিগড়ত বাস কৰা পৰিয়ালটোৱেও তেওঁক চিনাক্ত কৰা বুলি দাবী কৰিছে। তেওঁৰ অভিযোগৰ

পৃথিৱীৰ প্ৰতি ২০০ জন লোকৰ ভিতৰত এজন এই মংগোলীয় সম্ৰাটৰ বংশধৰ

পৃথিৱীৰ প্ৰতি ২০০ জন লোকৰ ভিতৰত এজন নিৰ্দিষ্ট মানুহৰ বংশধৰ। অৱশ্যে, তেওঁ কেনেকৈ তেওঁক প্ৰজনন কৰিছিল সেয়া বুজা যায়। মহাভাৰতত কৌৰৱসকলৰ ১০০ জন ভাতৃৰ কথা শুনা যায়। কিন্তু মংগোলীয় সম্ৰাট হৈ থকা এই ব্যক্তিজনৰ অগণন সন্তান আছিল। ১১৬২ চনৰ

বহিষ্কাৰ কৰা হ’ল শিলচৰ দন্ত মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত ১৪ শিক্ষাৰ্থীক

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পাছত এইবাৰ শিলচৰ ডেণ্টেল কলেজত ৰেগিঙৰ ঘটনা৷ ৰেগিং কাণ্ডৰ লগত জড়িত ১৪ শিক্ষাৰ্থীক কলেজ আৰু হোষ্টেলৰ পৰা বহিষ্কাৰ৷ ১ ডিচেম্বৰত এগৰাকী ছাত্ৰক ৰেগিং কৰিছিল ১৪ ছাত্ৰই৷ ইয়াৰ পাছতে অভিযোগ দাখিল

কল’ম্বিয়াত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা, ভূমিস্খলনত শিশুসহ ৩৩জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ কল’ম্বিয়াত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ৷ ভূমিস্খলনত ৮ শিশুসহ ৩৩জন লোকৰ মৃত্যু৷ মাটিৰ তলত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী বাছ৷ কল’ম্বিয়াৰ ৰাজধানী বোগোটাৰ পৰা ২৩০ কিঃমিঃ নিলগত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ ধাৰাসাৰ বৰষুণৰ

সোণাৰিৰ সদৰ থানাত ভয়ংকৰ ঘটনা, সতীৰ্থক গুলীয়াই হত্যা আৰক্ষীৰ

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ সোণাৰিৰ সদৰ থানাত ভয়ংকৰ ঘটনা ৷ সতীৰ্থক গুলীয়াই হত্যা আৰক্ষীৰ।ডিঙিত তিনিটা গুলী লাগে জোৱানজনৰ। নিহত আৰক্ষীজনৰ নাম গকুল বসুমতাৰী। দীপক কাকতি নামৰ আৰক্ষীজনে গুলীয়াই হত্যা কৰে সতীৰ্থক। ইয়াৰপিছতেই অভিযুক্ত দীপক কাকতিৰ