Daily Time Axom

DUৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং। ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন হোষ্টেলৰ আৱাসীক। বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলৰ এগৰাকী আৱাসীক নিৰ্যাতন। জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হজৰত আলী বৰ্তমান

আকৌ সংকটজনক অৱস্থাত কিম্বদন্তি ফুটবলাৰ পেলে

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ আকৌ সংকটজনক অৱস্থাত কিম্বদন্তি ফুটবলাৰ পেলে। চিকিৎসালয়ত বিশেষ ব্যৱস্থাত ৰখা হৈছে পেলেক। কৰ্কটত আক্ৰান্ত পেলেক ৰখা হৈছে End Of Life Careত। শৰীৰৰ অৱস্থা গুৰুতৰ হোৱা বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। দীৰ্ঘদিন পায়ুৰ

অসমৰ সমাজ জীৱনৰ কাৰণে বদৰুদ্দিন আজমল শত্ৰু- লুৰিণজ্যোতি গগৈ

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ অসমৰ সমাজ জীৱনৰ কাৰণে বদৰুদ্দিন আজমল শত্ৰু। অসমীয়া মানুহ আৰু মহিলা সমাজক চূড়ান্ত অপমান কৰিছে বদৰুদ্দিন আজমলে। প্ৰতিবাৰে এইদৰে মন্তব্য কৰে আৰু পিছলৈ ক্ষমা খোজে। মুখ্যমন্ত্ৰীৰ যদি সাহস আছে আজমলক কৰায়ত্ব কৰি দেখুৱাওক,

সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ, বিজনীত আজমলৰ প্ৰতিকৃতি দাহ…

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ। বিজনীত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ তৃণমূল কংগ্ৰেছৰ। আজমলৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন তৃণমূল কংগ্ৰেছৰ। ৰাজ্যজুৰি

DU ৰেগিংকাণ্ডৰ আন এজন অভিযুক্ত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ৷ ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ অভিযুক্ত ছাত্ৰ কল্যাণ দত্তৰ৷ আত্মসমৰ্পণৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কল্যাণ দত্তক৷ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত

ৰূপহীহাটৰ ৰৌমাৰীত যাত্ৰীবাহী ট্ৰেইনৰ খুন্দাত মৃত্যু এজন অচিনাকী লোকৰ

ৰূপহীহাটত ভয়ংকৰ ঘটনা। ৰূপহীহাটৰ ৰৌমাৰীত যাত্ৰীবাহী ট্ৰেইনৰ খুন্দাত মৃত্যু এজন অচিনাকী লোকৰ। পুৱা মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত কলংপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ খুন্দাত মৃত্যু হয় লোকজনৰ। বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা

শীঘ্ৰে আইনী ব্যৱস্থা লোৱা হ’ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ শীঘ্ৰে আইনী ব্যৱস্থা লোৱা হ’ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে৷ স্পষ্ট ইংগিত দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷‘আজমলে যাতে সহানুভুতি আদায় কৰিব নোৱাৰে তাৰ ওপৰতো ৰখা হ’ব নজৰ’৷ আইনী যি ব্যৱস্থা আছে সেয়া লোৱা হ’বই বুলি মন্তব্য কৰে

GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ৷পলাতক আছিল ঠিকাদাৰ মিঠু আগৰৱাল৷ বিহাৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আগৰৱালাক৷ আজি তেওঁক বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা

দিল্লী এইমছৰ চাইবাৰ আক্ৰমণ, লাখ লাখ ৰোগীৰ ব্যক্তিগত তথ্য চুৰি

দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত চাইবাৰ আক্ৰমণ। প্ৰায় এক লাখ ৰোগীৰ ব্যক্তিগত তথ্য চুৰি হৈছে। খবৰ আহিছে যে পাঁচটা ডাঙৰ চাৰ্ভাৰ হেক কৰা হৈছে। সন্দেহে চীনা হেকাৰৰ ফালে আঙুলিয়াই দিয়ে। চাইবাৰক্ৰাইম ব্যুৰোৰ সন্দেহ যে

আণ্ডাৰৱেৰ বাছনি কৰা আৰু কিনাত ভুল নকৰিব,অন্যথা…

যুগ আগবাঢ়িছে। সময়ৰ লগে লগে আমিও অতি আধুনিক হৈ পৰিছো। ইয়াৰ পিছতো বহু মহিলাই এতিয়াও আণ্ডাৰৱেৰৰ বিষয়ে আলোচনা কৰিবলৈ লাজ অনুভৱ কৰে। ফলত আণ্ডাৰৱেৰ বাছনি আৰু কিনাত বহু ভুল হয়। অজানিতে নাৰীৰ শৰীৰত একাধিক সমস্যাই বাহ সাজে। গতিকে বিশেষজ্ঞসকলৰ