Daily Time Axom

লখিমপুৰৰ হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱৰ শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাস গৃহত দাউ দাউকৈ জ্বলি ক্ষন্তেকতে চাই হৈ গ'ল বাসগৃহ।কথমপি জীৱন ৰক্ষা পৰিল দুই কনমানিৰ।সন্ধিয়া গোসাই ঘৰত সেৱা প্ৰাৰ্থনা কৰাৰ

আজি অস্ত্ৰোপচাৰ সম্পন্ন হ’ব DU ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা৷ শৰীৰ কেইবাটাও অংগ অচল হৈ পৰিছে ছাত্ৰজনৰ৷ আদিত্য নাৰ্ছিং হোমত সম্পন্ন হ’ব আনন্দৰ অস্ত্ৰোপচাৰ। দিল্লীলৈ

আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্রথম পর্যায়ৰ নির্বাচনত

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণাঃ অসমৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক মাহে দিয়া হ’ব ১০০০ কৈ…

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ খানাপাৰাত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। স্নাতকোত্তৰ অধ্যয়নৰত সকলো শিক্ষাৰ্থীয়ে পাব প্ৰতিমাহে ১০০০কৈ টকা। এইক্ষেত্ৰত দুমাহ শিক্ষানুষ্ঠান বন্ধ থকা বাবে ১০ মাহত দহ

যোৰহাট কাণ্ডৰে জড়িত ডকাইতক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ দ্বিতীয়জন অভিযুক্ত ৰাজেশ চাহু ওৰফে ৰাহুল চাহুলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ৰাজেশক ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। লামডিঙৰ পৰা যোৰহাট

কৰ্ণাটকৰ বাগালকোটত আশ্চৰ্যজনক ঘটনা! অস্ত্ৰোপচাৰ কৰোতে ৰোগীৰ পেটৰ পৰা ওলাল ১৮৭ টা খুচুৰা পইছা

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ কৰ্ণাটকৰ বাগলকোটত এক আচৰিত ঘটনা। ৰোগীৰ পেটত ১৮৭টা খুচুৰা পইছা পালে চিকিৎসকে। বমি আৰু পেটৰ অসুখত ভুগি থকা লোকজনক অস্ত্ৰোপচাৰ কৰোঁতে চিকিৎসকে পালে খুচুৰাখিনি। বিগত ২-৩ মাহমানৰ পৰা দৈনিক খুচুৰা পইচা গিলি আহিছিল

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত শুভ্রজিৎ বৰুৱা নামৰ ছাত্রজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ ডিব্ৰুগড় আৰক্ষীৰ জালত আনন্দ শৰ্মাক আসুৰিক অত্যাচাৰ চলোৱা আৰু এজন ৰেগিংকাৰী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িত পলাতক শুভ্ৰজিৎ বৰুৱাক আটক কৰিলে আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰে চলোৱা এক তালাচীত মৰাণৰ

আজি প্রদান কৰা হ’ব ড০ বাণীকান্ত কাকতি মেধা বঁটা

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ আজি খানাপাৰাত ড০ বাণীকান্ত কাকতি মেধা বঁটা অনুষ্ঠান। ৩৫,৮০০ শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব স্কুটী। আজি কামৰূপ আৰু কামৰূপ (মেট্ৰ') জিলাৰ শিক্ষাৰ্থীয়ে পাব এই স্কুটী। ৬০ শতাংশ নম্বৰ লাভ কৰা ২৯,৭৪৮ গৰাকী

ৰাজ্যিক কেবিনেটত সিদ্ধান্তঃ মহানগৰীত নিৰ্মাণ কৰা হ’ব তিনি খনকৈ নতুন উৰণীয়া সেঁতু

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ শিলচৰত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয় যে গুৱাহাটী মহানগৰীত পুনৰ তিনিখন নতুন উৰণীয়া সেঁতু

মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে জাহ গ’ল ২০ খনতকৈও অধিক দোকানৰ লগতে বাসগৃহ

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ২০ খনতকৈয়ো অধিক সৰু বৰ দোকানৰ লগতে কেইবাটাও বাসগৃহ নিমিষতে জাহ যায়। দিনৰ প্ৰায় ১২ বজাত পাৱৈ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত