ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ অসম সন্তান হৃদয় হাজাৰিকাৰ
নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ কেৰালাত অনুষ্ঠিত হোৱা ৬৫সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন অসমৰ হৃদয় হাজৰিকাৰ। ফাইনেল খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাই হৃদয়ক ১৬-৮ পইণ্টৰ ব্যৱধানত পৰাজিত কৰি লাভ!-->…