বলিউদৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ দেহাৱসান
নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই অৱশেষত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। আৰু বিশিষ্ট!-->!-->!-->…