সামাজিক মাধ্যমত প্ৰকাশ কৰিলে ৰণবীৰ-আলিয়াৰ তনয়াৰ নাম, জানো আহক ইয়াৰ অৰ্থ কি?
নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ অৱশেষত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে তেওঁলোকৰ কন্যাৰ নাম প্ৰকাশ কৰে। সামাজিক মাধ্যমত আলিয়াই নিজ কন্যাৰ নাম প্ৰকাশ কৰি কৈছে, এই নাম দিছে স্বামী ৰণবীৰৰ মাতৃ তথা অভিনেত্ৰী নীতু কাপুৰে। আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ জীৱনলৈ!-->…