মেঘালয়ৰ পিছত এইবাৰ নাগালেণ্ডে অসমৰ ভূমিত প্ৰৱেশ কৰি উচ্ছেদ কৰিলে ব্যৱসায়ীক প্ৰতিষ্ঠান
নিউজ ডেস্ক, ২৩ নৱেম্বৰঃ মেঘালয়ৰ পাছত শিৱসাগৰৰ নাগালেণ্ড সীমান্তত উত্তেজনা। নাজিৰাৰ বিহুবৰত নগা আৰক্ষীয়ে ভাঙিলে কেইবাখনো হোটেল, দোকান। ঔগুৰিজানত পুৱাই এক্সকেভেটৰেৰে ভাঙিলে দোকান-পোহাৰ। অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ অভিযানক লৈ উত্তেজনা।
!-->!-->!-->…