ইণ্ডোনেছিয়াত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি
সোমবাৰে ইণ্ডোনেছিয়াত পশ্চিম জাভা প্ৰদেশৰ চিয়ানজুৰত সংঘটিত ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি এই ধ্বংসলীলাত এতিয়ালৈকে ২৭১ জন লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সংস্থাই জনোৱা মতে, ভূমিকম্পৰ পিছত!-->…