Daily Time Axom

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান, গুৱাহাটীৰ গুঞ্জন সিনহাই জিনিলে ঝলক দিখলা জা ১০ৰ খিতাপ

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ গুৱাহাটীৰ ৮ বছৰীয়া গুঞ্জন সিনহাক কালাৰ্চত প্ৰচাৰিত নৃত্যৰ ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা জা ১০’ৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়। গুঞ্জন সিনহাই ট্ৰফী আৰু ২০ লাখ টকাৰ এখন চেক লাভ কৰে। এই শ্বটোৰ বিচাৰক আছিল বলীউডৰ

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত ২জন

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ তেজপুৰৰ বৰঘাট দেৱেন্দ্ৰ নগৰত দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত থিতাতে নিহত দুয়োখন ডাম্পাৰৰে চালক। দুৰ্ঘটনাৰ ফলত আন দুজন লোক গুৰুতৰভাৱে আহত। জীয়াভৰলীৰ পৰা বালি মাটি কঢ়িয়াই আনিছিল ডাম্পাৰ দুখনে। আনহাতে,

লখিমপুৰৰ বিহপুৰীয়াৰ পাঁচআলিত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ এজনৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ বিহপুৰীয়াৰ সন্তপুৰ পাচঁআলিত ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে নিশাৰ ভাগত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত কেইবাখনো দোকান ভস্মীভূত হয় ৷ জানিব পৰা মতে,

নৃশংস! ভোকত কান্দি থকাৰ বাবেই নিজৰ দুবছৰীয়া কন্য়াক ডিঙি চেপি হত্য়া

এগৰাকী ডেৰ-দুবছৰীয়া ছোৱালীজনীয়ে ভোকৰ বাবে কান্দি থাকিল। পকেটত থকা টকাৰে বিস্কুট আৰু চকলেট কিনি দিলে। তাৰ পিছতো তাইৰ ভোক পূৰণ নহ’ল, ছোৱালীজনীয়ে কান্দি আছিল। অৱশেষত ডিঙিত জোৰেৰে ধৰি ডিঙি চেপি হত্যা কৰা হ’ল। আত্মহত্যাৰ চেষ্টাও কৰিছিল।

ৰতন টাটাৰ জীৱনীক লৈ নিৰ্মাণ কৰা হৈছে এখন চিনেমা, মুখ্য চৰিত্ৰত অভিনয় কৰিব এইগৰাকী বিখ্যাত অভিনেতাই

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ ৰতন টাটা ভাৰতীয় উদ্যোগৰ এক সুপৰিচিত আৰু সন্মানীয় নাম। দৰিদ্ৰ লোকক দান দিয়াৰ পৰা আৰম্ভ কৰি দেশৰ লাখ লাখ যুৱক-যুৱতীৰ কৰ্মসংস্থাপনলৈকে, তেওঁ কি কৰিলে! য’ত বহু ব্যৱসায়ীৰ প্ৰতি মানুহৰ বেয়া মনোভাৱ, ৰতন টাটা তাৰ

হাতীগাঁৱত পানী কঢ়িওৱা বাহনৰ খুন্দাত নিহত বিকিৰণ সিনহা নামৰ এজন কলেজীয়া ছাত্ৰ

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ মহানগৰীৰ হাতীগাঁও মন্দিৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটী আৰু পানী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহীজন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ

চত্তীশগড়ৰ পোমৰা বনাঞ্চলত গুলীয়াগুলী,নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ চট্টিশগড়ত মাওবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান।চত্তীশগড়ৰ পোমৰা বনাঞ্চলত গুলীয়াগুলী। আৰক্ষী-CRPFৰ সৈতে মাওবাদীৰ ভয়াৱহ সংঘৰ্ষ। সংঘৰ্ষত নিহত ৪ জনকৈ মাওবাদী। চট্টিশগড়ৰ বিজাপুৰৰ পোমৰা বনাঞ্চলত চলিছিল এই অভিযান। বনাঞ্চলখনত

শিৱসাগৰৰ বিক্ৰমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই বাইক আৰোহী

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ শিৱসাগৰ বিক্ৰমপুৰ তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক আৰু মালবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বাইক আৰোহী দুজন থিতাতে নিহত হয়। নিহত দুজনৰ ভিতৰত এজন যুৱক

বিদ্যাছিং লেকথেৰ পৰিয়ালক এককালীন সাহায্য ৰাজ্য চৰকাৰৰ, লেকথেৰ নামেৰে নামকৰণ হ’ব কাৰ্যালয়

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ বিদ্যাছিং লেকথেৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ। বিদ্যাছিং লেকথেৰ নামেৰে নামকৰণ হ'ব কাৰ্যালয়। কাৰ্যালয় চৌহদত লেকথেৰ প্ৰতিমূৰ্তি স্থাপনৰ ঘোষণা মন্ত্ৰী যোগেন মহনৰ৷ বিদ্যাছিঙৰ পৰিয়ালৰ লোকক সংস্থাপন

যোৰহাটৰ এ টি ৰোডত গুলীচালনা, গুৰুতৰভাৱে আহত এজন লোক

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ যোৰহাটৰ এ টি ৰোডত দুৰ্বৃত্তৰ গুলীচালনা। মাৰোৱাৰীপট্টিত নিশাৰ ভাগত সংঘটিত এই ঘটনা। নেৱাল চান্দ ৰামকিষ্ণণ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত এই ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্বৃত্তক কৰায়ত্ত । গুলীচালনাত