Daily Time Axom

আজি উচ্চতম ন্যায়ালয়ত কা সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ আজি কা সন্দৰ্ভত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ত। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত হ’ব এই শুনানি।২৮টা খিলঞ্জীয়া দল-সংগঠনৰ গোচৰৰ ভিত্তিত হ'ব শুনানি৷ CAAৰ বিৰুদ্ধে অসম সন্মিলিত মহাসংঘয়ো

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দেহত মৰিগাঁৱৰ পৰা আটক এজনক

নিউজ ডেস্ক,৬ ডিচেম্বৰ: ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দেহত আটক এজনক। আটকাধীন লোকজনৰ নাম আমিৰ আলী। মৰিগাঁও জিলাৰ বৰিগাঁৱৰ পৰা আটক কৰে আমিৰ আলীক।বৰিগাঁৱত শহুৰেকৰ ঘৰত আশ্ৰয় লৈ আছিল আমিৰ আলীয়ে৷ মৰিগাঁও সদৰ আৰক্ষীয়ে আটক কৰে আমিৰ আলীক৷ আমিৰ আলীৰ ঘৰ

মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃমহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড। বশিষ্ঠৰ অমৃতনগৰ নেপালীবস্তিত এই অগ্নিকাণ্ড। জুইত জাহ গ'ল বহুকেইটা বাসগৃহ। জাহ গৈছে লক্ষাধিক টকাৰ সা-সম্পত্তি । অৱশ্যে বৰ্তমানলৈকে অগ্নিকাণ্ডটো ক’ৰ পৰা সূত্ৰপাত হ’ল সেয়া জানিব

দুৰ্নীতিৰ অভিযোগত লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী। লখিমপুৰত গ্ৰেপ্তাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী। উচ্চ বৰ্গৰ সহায়ক নন্দন বৰাক গ্ৰেপ্তাৰ আৰক্ষীৰ।জালিয়াতিৰে ধন সৰকোৱাৰ অভিযোগ নন্দন বৰাৰ বিৰুদ্ধে। উল্লেখ্য

লখিমপুৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিজন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ লখিমপুৰৰ হাৰমতীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন টাটা মেজিক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত স্কুটি আৰোহী দুগৰাকী আৰু মেজিকখনক অহা এজন লোক থিতাতে নিহত হয়। ইয়াৰে এজনক আশ্বাদুল আৰু

মঙলদৈত বিধ্বংসী অগ্নিকাণ্ড, শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলিল কেইবাখনো দোকান

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ মঙলদৈ চহৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। শক্তি বিভাগৰ কাৰ্যলয়ৰ সন্মুখৰ ৬খন দোকান জুইত জাহ যায়। প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী এই

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ DU ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ। সোমবাৰে পুৱা ৬ বজাত লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাহুল ছেত্রীয়ে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিতৰ্কত সাঙোৰ খাইছিল ৰাহুলৰ নাম। ঘটনা সংঘটিত

আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ আজি গুজৰাটত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৪ জিলাৰ ৯৩টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ভাগ্য নিৰ্ণয় হ'ব ৮৩৩ গৰাকী প্ৰাৰ্থীৰ। নিৰ্বাচনৰ বাবে সাজু ২৬,৪০৯টা ভোটকেন্দ্ৰ । ২৬,৪০৯টা ভোটকেন্দ্ৰত আছে প্ৰায় ৩৬,০০০ EVM। ২য়

এজন যুৱকৰে প্ৰেমত পৰি একেদিনাই বিবাহ পাশত আৱদ্ধ হ’ল দুই ভগ্নী

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ এখন আজৱ বিয়াই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’। এজন যুৱকৰে প্ৰেমত একেলগে পৰিল দুই যমজ ভগ্নী আৰু শেষত পৰিয়ালৰ সন্মতিত দুই ভগ্নীয়ে একেলগে বৰমালাও পিন্ধালে একেজন যুৱকক।

আজি ভাৰতীয় নৌসেনা দিৱস

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ ভাৰতীয় নৌসেনাৰ অৱদান আৰু সাফল্যক স্বীকৃতি দিবলৈ প্ৰতি বছৰে ৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়। দেশৰ সেৱাৰ সময়ত প্ৰাণ আহুতি দিয়া সকলো নৌসেনাৰ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।