Daily Time Axom

মহানগৰীৰ চানমাৰিত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা৷ চানমাৰিৰ এটা ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতেদহ৷ চানমাৰিৰ জ্যোতিনগৰৰ কমলপুৰৰ ভাড়াঘৰত প্ৰেমিক জয়কুমাৰ ৰয়ৰ সৈতে যুৱতীগৰাকী আছিল দীৰ্ঘদিনৰ পৰাই৷ উৰিষ্যাৰ প্ৰেমিক জয়কুমাৰে হত্যা কৰাৰ সন্দেহ

১৮ জানুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব গুণোৎসৱ, তিনিটা পৰ্যায়েৰে অনুষ্ঠিত হ’ব গুণোৎসৱ

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ প্ৰথম পৰ্যায়ত সামৰি ল’ব বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি৷

বোকাজানৰ খটখটিত ৭ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছসহ বোকাজানৰ খটখটিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ সৰবৰাহকাৰীক।গ্ৰেপ্তাৰ হ'ল ৩ সৰবৰাহকাৰী ক্ৰমে ইছলাম উদ্দিন, মহম্মদ চমিৰ আৰু মহম্মদ মানাবি। দুখন ট্ৰাকৰ পৰা উদ্ধাৰ ৭৫৭.১৫ গ্ৰাম ড্ৰাগছৰ লগতে ৩০

আজি ভয়ংকৰ ৰূপ ধাৰণ কৰিব ঘূৰ্ণীবতাহ মেণ্ডুছে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ ঘূৰ্ণী বতাহ ‘মেণ্ডুছ’–এ আজি চেন্নাইৰ উপকূলেৰে পাৰ হ’ব, যাৰ বাবে এনডিআৰএফৰ দল সাজু হৈ আছে আৰু কেইবাখনো জিলাত স্কুল–কলেজ বন্ধ ঘোষণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে, বংগৰ উপকূলত সৃষ্ট ঘূৰ্ণী বতাহ ‘মেণ্ডুছ’ আজি নিশা

ৰাজস্থানত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ ঘটনা, জুইৰ সূত্ৰপাতৰ ফলত ৫জনকৈ লোকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ বিয়া চলি থকাৰ মাজতে এটা ঘৰত জুইৰ সূত্ৰপাতৰ ফলত ৫জনকৈ লোকৰ কৰুণ মৃত্যু। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ৰাজস্থানৰ ভাংগৰা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ঘটনাত গুৰুতৰভাৱে আহত ৬০জন লোকক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। জানিব পৰা

মহানগৰীৰ নুনমাটিত নিশা পথ দুৰ্ঘটনা, ট্ৰাকে মহটিয়াই নিলে স্কুটাৰ আৰোহীক

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ মহানগৰীৰ নুনমাটিত নিশা পথ দুৰ্ঘটনা। ট্ৰাকে মহটিয়াই নিলে স্কুটাৰ আৰোহীক। অসম জাতীয় বিদ্যালয়ৰ সমীপত দুৰ্ঘটনা এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত যুৱকজন চন্দ্ৰপুৰ মিলনপুৰৰ আশীষ দাস। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ

আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ আজি ঘোষণা হ'ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুজৰাটত নিৰ্ণয় হ'ব ১৮২ সমষ্টিৰ মুঠ ১৬২১

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়, AAP-ৰ দখললৈ দিল্লী পৌৰ নিগম

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি ঘোষণা হ'ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। পুনৰ দিল্লীত জয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে। দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। এই ২৫০ খন আসনৰ ১৩৪ খন আসন আপ, ১০৪ খন আসন বিজেপি, ৯ খন আসন

শেহতীয়া ফেশ্বনৰ লগত মিলাবলৈ টেটু কৰি আপুনি নজনাকৈ কি ক্ষতি কৰিছে জানি লওক!

হাতত তৰা, গোৰোহাত পাহাৰ, কান্ধত উৰন্ত চৰাই, কঁকালত পখিলা, পিঠিত ত্ৰিশূল – টেটু আধুনিক জীৱনশৈলীৰ অংশ হৈ পৰিছে। কিন্তু গৱেষকসকলে কি কয়? টেটু এটা ষ্টাইল ষ্টেটমেন্টত পৰিণত হৈছে। বহুতৰে মতে টেটু কেৱল শৈলীৰ বক্তব্যই নহয়, প্ৰকাশৰ

‘ছাত্ৰপতি শিৱাজী’ৰ চৰিত্ৰত অক্ষয় কুমাৰ

ছাত্ৰপতি শিৱাজী মহাৰাজৰ স্বৰাজ সপোন বাস্তৱত পৰিণত কৰিবলৈ সাজু হৈছে অভিনেতা অক্ষয় কুমাৰ। ইতিহাসৰ আটাইতকৈ গৌৰৱময় অধ্যায়ত আছে ছাত্ৰপতি শিৱাজী। নতুন ছবি ‘বেদাত মাৰাথে বীৰ দৌদালে সাত’ কঢ়িয়াই আনিছে তেওঁৰ গৌৰৱ আৰু সমসাময়িক সাহসী যোদ্ধাৰ