দাক্ষিণাত্যৰ চলচ্চিত্ৰ আৰআৰআৰ ছবিখনৰ গীত ‘নাটু নাটু’ৰ বাবে ‘গোল্ডেন গ্ল’ব ২০২৩’ শ্ৰেষ্ঠ গীতৰ…
নিউজ ডেস্ক, ১১ জানুৱাৰীঃ গোল্ডেন গ্ল’ব এৱাৰ্ডছ ২০২৩’ বঁটা প্ৰদান অনুষ্ঠানত ইতিহাস ৰচিলে দক্ষিণ ভাৰতৰ ছবি আৰ আৰ আৰে। ছবিখনৰ তেলেগু গীত ‘নাটু নাটু’ই শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰে।
প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্বৰ আটাইতকৈ জনপ্ৰিয় এৱাৰ্ড শ্ব’!-->!-->!-->…