শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কোনবোৰ খাদ্য উপযোগী
তীব্ৰ শীতকালত মানুহৰ জীৱন বিঘ্নিত হয়। আনকি গৰম কাপোৰ পিন্ধিলেও ঠাণ্ডা নকমে। গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰাখিবলৈ যেনেকৈ নেমুৰ চিৰাপ উপযোগী, তেনেদৰে কিছুমান বিশেষ খাদ্যই শীতকালত শৰীৰক গৰম কৰি ৰাখিব পাৰে। এই খাদ্যবোৰে শৰীৰক ভিতৰৰ পৰা গৰম কৰি!-->…