কচুৱাৰ জুৰিৰপাৰত মছজিদৰ দানপাত্রত চোৰৰ চাফাই অভিযান
কচুৱাৰ জুৰিৰপাৰত মছজিদৰ দানপাত্রত চোৰৰ চাফাই অভিযান ।
চোৰৰ চকু এইবাৰ মছজিদৰ দানপাত্রত। মছজিদৰ দানপাত্র ভাঙি চুৰে লুটি নিলে নগদ ধন।
নগাঁৱৰ কচুৱাৰ জুৰিৰপাৰত সংঘঠিত হৈছে এই চুৰিকাণ্ড।
গাঁওখনৰ দুখন মছজিদৰ দানপাত্র ভাঙি নিশা চুৰে চুৰি…