Daily Time Axom

পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ বালাবাৰী গাঁও পঞ্চায়তত জল জীৱন আঁচনিত অনিয়মৰ অভিযোগ

আঁচনিৰ পানী পৰিষ্কাৰ নোহোৱাৰ অভিযোগ । আঁচনি মুকলি কৰাৰ পূৰ্বেই এই অভিযোগ। পানী সম্পূৰ্ণ ৰূপে পৰিষ্কাৰ কৰি আঁচনি মুকলি কৰাৰ আহ্বান ৰাইজৰ। দৰং জিলাৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ যোগিপাৰাত নিৰ্মাণ হৈছে এক…

অক্সিজেন নোহোৱাকৈ এভাৰেষ্টত আৰোহণ ভাৰতীয় ফু দৰ্জে শ্বেৰপাৰ

ফু দৰ্জে শ্বেৰপা (১৯৮৪ চনত) অক্সিজেন নোহোৱাকৈ সৰ্বোচ্চ শৃংগৰ শিখৰত উপনীত হোৱা প্ৰথম ভাৰতীয়। এই কৃতিত্ব অৰ্জন কৰা পৰৱৰ্তী ভাৰতীয়জন হৈছে লাডাখৰ ৰিগজিন। আজিৰ দিনটোতে তেওঁ স্থানীয় সময় অনুসৰি পুৱা ৪:৩০ বজাত এভাৰেষ্টৰ শিখৰত উপস্থিত হয়, অকলে।…

দেশত আজি ৫৮টা সমষ্টিত ভোটগ্ৰহণ চলি আছে, ৮৮৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব

দেশত চলি আছে ষষ্ঠ পৰ্যায়ৰ লোকসভাৰ ভোটগ্ৰহণ। আজি দেশৰ ৫৮টা সমষ্টিত অব্যাহত আছে ভোটদান। কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন আসনতো ভোটদান চলি আছে। বিহাৰ আৰু বংগৰ আঠটাকৈ সমষ্টিত আৰু দিল্লীৰ সাতখন আসনত ভোটদান চলি আছে। হাৰিয়ানাৰ দহটা সমষ্টিতো চলি…

প্ৰায় সাত লাখ ভুৱা মোবাইল জব্দ কৰিছে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে ৬ লাখ ৮০ হাজাৰ মোবাইল ফোনক ভুৱা আৰু অকাৰ্যকৰী বুলি চিনাক্ত কৰিছে। জানিব পৰা মতে, এই মোবাইলৰ কানেকচন ভুৱা তথ্যৰে লোৱা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে টেলিকম বিভাগসমূহক মোবাইল নম্বৰৰ সবিশেষ পুনৰ পৰীক্ষা কৰিবলৈ…

অটোৰিক্সাতে জন্ম হ’ল শিশু,আজৱ ঘটনা

মধ্যপ্ৰদেশৰ কৰুণ ঘটনা। চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈয়ে অটোৰিক্সাত জন্মগ্ৰহণ কৰিছিল শিশুটি। ইয়াৰ পিছত হেঁচাত পৰি চিকিৎসালয় কৰ্তৃপক্ষই মাতৃ আৰু সন্তানক ভৰ্তি কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আয়োগ গঠন কৰা হৈছে। প্ৰশাসনে কয় যে অপৰাধীক ৰেহাই…

জলাহগাঁৱত মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য,বিদ্যুৎপৃষ্ঠ হ’ল চালক

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ চলচলি জলাহগাঁৱত আজি পুৱাই এক শোকাৱহ ঘটনা সংঘটিত হয়। চলচলি জলাহগাঁৱত দীৰ্ঘদিনে মাটি কঢ়িওৱা ডাম্পাৰে চলাই অহা সন্ত্ৰাসে আজি পুৱাই ভয়াৱহ ৰূপ ধাৰণ…

সৰভোগত ৰাইজে ধৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী,১২ গ্ৰাম ড্ৰাগছসহ নকল টকা

সৰভোগত ৰাইজে ধৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী,১২ গ্ৰাম ড্ৰাগছসহ নকল টকা আৰু এখন বাইক উদ্ধাৰ সৰভোগ আৰক্ষীৰ।সম্প্ৰতি নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ বৰপেটা জিলা।আজি পুণৰ সৰভোগত দুজন অবৈধ ড্ৰাগছ সৰবৰাহকাৰী সহ ১২ গ্ৰাম নিষিদ্ধ ব্ৰাউন…

ব্ৰিটেইনক আক্ৰমণ কৰাৰ ভাবুকি ৰাছিয়াৰ

ইউক্ৰেইনত ব্ৰিটিছ অস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ভূখণ্ড আক্ৰমণ কৰিলে ব্ৰিটিছৰ লক্ষ্যত প্ৰত্যক্ষ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে ৰাছিয়াই। বৃহস্পতিবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই এই ভাবুকি প্ৰদান কৰে। তেওঁ কয়…

মোবাইল বিস্ফোৰিত হৈ ডিমৌ লাইবিলৰ কামান্ডো অমৰজোতি টাইডৰ মৃত্যু

হাইলাকান্দিত কৰ্মৰত কামান্ডো অমৰজ্যোতি মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত নিযুক্ত হৈছিল | মোবাইল বিস্ফোৰিত হৈ মৃত্যু হয় যুৱকজনৰ | ডিমৌ লাইবিলৰ পিতৃ ৺পুষ্প টাইড আৰু মাতৃ নাতেৰ টাইডৰ পুত্ৰ অমৰজোতি বুলি জানিব পৰা গৈছে | নিশা মোবাইল চার্জত লগাই কথা…

দীপিকাৰ শৰীৰত মাতৃসুলভ আভা

জীৱনৰ আটাইতকৈ সুন্দৰ মুহূৰ্ত উপভোগ কৰিছে ‘ফাইটাৰ’ অভিনেত্ৰী দীপিকা পাডুকনে। শেহতীয়াকৈ মুম্বাইৰ এক অনুষ্ঠানত উজ্জ্বল হালধীয়া ৰঙৰ পোছাক পিন্ধি দেখা গৈছিল দীপিকাক। য’ত তেওঁ ছালৰ যত্নৰ বিষয়ে বহু পৰামৰ্শ দিছিল। কিন্তু অভিনেত্ৰীগৰাকীৰ…