Daily Time Axom

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসীক বিকাৰগ্ৰস্ত মহিলা তথা শিশু

সাংবাদিক,অৰ্ধ্বআইনী,ৰাজ্যিক আইন সেৱা প্ৰাধীকাৰী,জিলা আইন সেৱা প্ৰাধীকাৰীক প্ৰসংশা স্থানীয় ৰাইজৰ # অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদস্য সচিব ৰত্নদ্বীপ ভট্টাচাৰ্য আৰু উপ-সচিব প্ৰনীতা মৰাঙৰ এক নিৰ্দেশনা মৰ্মে নগাঁও জিলাৰ ৰহা দীঘলিআটি…

নগাঁৱৰ বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে C S I ৰ ফ্ৰেন্সাইজি

অসমীয়া যুৱক এনেদৰে ব্যৱসায় ক্ষেত্ৰলৈ উলাই অহাতো জাতিটোৰ বাবে শুভবাৰ্তা ৷ নগাঁৱৰ বেবেজীয়া ডিমৌ বাইপাছত আজি শনিবাৰে নিশা প্ৰায় ৯ বজাত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰিলে CAR SQUAD INDIA ৰ ফ্ৰেন্সাইজি আউটলেট । বেবেজীয়াৰ ডিমৌত 'বিজয়া এছ…

প্ৰভাসৰ বিয়া কেতিয়া,এক সাক্ষাৎকাৰত কি ক’লে

দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ বিপুল সংখ্যক মহিলা অনুৰাগী। প্ৰভাসৰ অভিনয়ৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে সকলো সদায় বাস্তৱ। ছুপাৰষ্টাৰজনে বিয়াৰ প্ৰস্তুতি চলাইছেনে? এই সন্দৰ্ভত মুম্বাইৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ এই…

ৰাইছৰ হেলিকপ্টাৰ দুৰ্ঘটনাত কোনো ধৰণৰ অপৰাধমূলক কাৰ্যকলাপৰ কোনো প্ৰমাণ পোৱা নগ’ল

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰাৰম্ভিক তদন্তৰ ফলাফল প্ৰকাশ কৰিছে সেনাবাহিনীয়ে। তদন্তকাৰীয়ে এতিয়ালৈকে এই কাণ্ডত অপৰাধমূলক কাৰ্যকলাপৰ কোনো প্ৰমাণ পোৱা নাই। প্ৰয়াত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু আন…

তীব্ৰ গৰমত চুলিৰ যত্ন কেনেকৈ ল’ব

এই প্ৰচণ্ড গৰমত ছাল আৰু চুলিৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। ছানস্ক্ৰীনে ছালত ৰ’দৰ প্ৰভাৱ কমোৱাত সহায় কৰিব পাৰে যদিও চুলিক অধিক যত্নৰ প্ৰয়োজন। দীৰ্ঘদিন ধৰি ৰ’দত থাকিলে চুলিৰ ক্ষতি হয় সেয়া কোনো গোপন কথা নহয়। লগতে প্ৰদূষণৰ বাবে মূৰৰ ছালত…

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত উজ্বলিল অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ…

জগতসভাত আৰু এগৰাকী প্ৰতিভাশালী অসমীয়াৰ সফলতাৰ এখোজ। বিশ্বৰ শ্ৰেষ্ঠতম প্ৰতিভা, সৌন্দৰ্য আৰু ফেশ্বনৰ মহাপীঠ কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেট ৷ শনিবাৰে সামৰণি পৰা ২০১৪ৰ ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত উজ্বলিল অসমৰ প্ৰখ্যাত…

মিত্ৰতাৰ সিদ্ধান্তৰ দ্বাৰা নিৰ্বাচিত হ’ব প্ৰধানমন্ত্ৰীঃ খৰ্গে

ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব ? ইণ্ডিয়া এলায়েন্সৰ নেতাসকলৰ মনত এতিয়া এই প্ৰশ্ন। ইয়াৰ উত্তৰ বিচাৰি সকলোৱে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ ফালে চাই আছে। খৰ্গে কয়, যদি আমি চৰকাৰ গঠন কৰিব পাৰো তেন্তে সকলো নেতাই বহি আলোচনা কৰি…

ৰাসায়নিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত টীয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ সজাগতা ৰেলী বাহিৰ

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক আঞ্চলিক সমিতিৰ সহযোগত গুণগত কেচা চাহপাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰি আৰু ২০২৪ বৰ্ষৰ শস্য সুৰক্ষা বিধিৰ দ্বাৰা অনুমোদিত ঔষধ আৰু প্ৰয়োগৰ পৰিমাণৰ সন্দৰ্ভত এক…

সমাধিস্থৰ পৰম্পৰাগত শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্থা শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ

দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াৰ সমাধিস্থ পৰম্পৰাৰ শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্হা সন্দৰ্ভত অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অধীনত প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ৰ উদ্যোগত দুদিনীয়াকৈ এখন আন্তৰ্জাতিক আলোচনা চক্ৰ…

কামৰূপৰ আমিনগাঁৱত সংঘটিত হ’ল শিহৰণকাৰী ঘটনা

শণিবাৰে নিশা আমিনগাঁৱত সংঘটিত হ'ল এক শিহৰণকাৰী ঘটনা । গেলা গৰমত শৰীৰত পৰিল গৰম তেল। কথা লগাই ঘৰভঙা মহিলাৰ বিচাৰ কৰিবলৈ যোৱা মহিলা দলক ধালিলে গৰম তেল । নুমলী জলাহৰ জোনালী কলিতাই হোটেলৰ গৰম তেল ধালি অমানবীয় আচৰণ কৰিলে সাত মহিলাৰ ওপৰত। গৰম…