Daily Time Axom

শিৱসাগৰত অবৈধ ই-ৰিক্সাৰ বিৰুদ্ধে প্ৰতিবাদ

চহৰখনত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ই-ৰিক্সাৰ সংখ্যা... শিৱসাগৰ চহৰখনত প্ৰয়োজনতকৈ অধিক ই-ৰিক্সা বৃদ্ধি হোৱাত সমস্যাত পৰিছে টেম্পু তথা বিক্ৰম চালকসকল। ই-ৰিক্সাৰ বিৰুদ্ধে প্ৰতিবাদ টেম্পু তথা বিক্ৰম চালক সকলৰ। চহৰখনত অবৈধ ভাৱে চলাই আহিছে শ-শ…

টীয়কৰ হাঁহচৰা চূড়ামণি গাঁৱৰ মূলপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথাচাৰীক

যি সময়ত দেশত বিকাশৰ গংগা বৈছে বুলি ৰজাঘৰীয়াই শ্ল’গান দিছে সেই সময়ত প্ৰকৃততে বিকাশ কেনেদৰে আহিছে তাৰ এখন ছবি আমি তুলি ধৰিছো টীয়ক সমষ্টি জাঁজী হাঁহচ’ৰা চূড়ামণি গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী মূল পথটোৰ দুৰৱস্থাৰ উদঙাইছে বিকাশৰ প্ৰকৃত ছবি ৷ এই…

নুমলীগড়ত ৰেমালৰ তাণ্ডৱ

প্ৰচণ্ড ৰেমালৰ ঘুৰ্ণী বতাহত তচনচ নুমলীগড় আৰু মৰঙীৰ বিভিন্ন অঞ্চল । প্ৰচণ্ড বতাহৰ ফলত গছ বাগৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ই- ৰিক্সাৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ সন্মুখত ৰখাই থোৱা এখন বিলাসী বাহন, তেলগৰমত ১১ কেভি…

নেৰানেপেৰা বৰষুণত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি

ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বিলাংপী জলবিদ্যুত প্ৰকল্পৰ চাৰিখনকৈ গেট ৷ যাৰ ফলত হুৰাহুৰাই বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ। পানীৰ সোঁতে উঠোবাই নিলে শিঙিমাৰী বজাৰ পাৰ ঘাটৰ বাহৰ দলং। বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নগাঁও জিলাৰ…

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত আৱকাৰি বিভাগৰ অভিযান

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত আৱকাৰি বিভাগৰ অভিযান। ভুটানৰ পৰা অবৈধ ভাবে অনা ভূটানী সুৰা ভৰ্তি বাহন জব্দ তামুলপুৰ আবকাৰী বিভাগৰ। এ এছ 01-BD-6206 নম্বৰৰ চাৰিচকীয়া বাহনেৰে লৈ আহিছিল সুৰাসমূহ। আৱকাৰি বিভাগৰ অভিযানৰ উমান পাই গাড়ী এৰি…

কেৱল বুকুৰ বিষ, হৃদৰোগৰ ৫টা লক্ষণ

আজিকালি যুৱক-যুৱতীসকলৰো হৃদৰোগ হয়। উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিছ আদি ৰোগৰ প্ৰতিও অধিক সাৱধান হোৱাটো জৰুৰী। অস্বাস্থ্যকৰ জীৱনশৈলী, অনিয়মিত খাদ্যাভ্যাস, অতিমাত্ৰা কাম, মানসিক চাপে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। সময়ৰ অভাৱত…

বিহু সুৰক্ষা সমিতিয়ে প্ৰত্যেক বছৰৰ দৰে এইবাৰো কীৰ্তি ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা

বিহু সুৰক্ষা সমিতি অসম , গোলাঘাট জিলা সমিতি উদ্যোগত কমাৰবন্ধা আঞ্চলিক সমিতিৰ সহযোগত কীৰ্তি ছাত্ৰ ছাত্ৰী সকলক প্ৰত্যেক বছৰৰ দৰে এইবাৰো কমাৰবন্ধা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠান ভাগত উপস্থিত থাকে কেন্দ্ৰীয়…

আমেৰিকাত টৰ্নেডোৰ ফলত ১৮ জন লোকৰ মৃত্যু

আমেৰিকাৰ চাৰিখন ৰাজ্যত ভয়াৱহ টৰ্নেডো আৰু ধুমুহাৰ ফলত কমেও ১৮ জন লোকে প্ৰাণ হেৰুৱাইছে। টৰ্নেডোৰ ব্যাপক ধ্বংসলীলাত হাজাৰ হাজাৰ ঘৰ ধ্বংস হয়। সোমবাৰে (২৭ মে’) চিএনএনে প্ৰকাশ কৰা অনুসৰি ওকলাহোমা, টেক্সাছ আৰু আৰ্কান্ সাছত যথেষ্ট ক্ষতিসাধন হৈছে।…

উচ্চতম ন্যায়ালয়ত অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে আবেদন জনাইছে কেজৰিৱালে

অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সূত্ৰ অনুসৰি কেজৰিৱালৰ কিছু শাৰীৰিক পৰীক্ষা কৰিছে। সেই কাৰণে তেওঁ উচ্চতম ন্যায়ালয়ত জামিনৰ সময়সীমা কমেও ৭ দিনৰ বাবে বৃদ্ধি…

গছপুলি ৰুই এজন যুৱকে দেখুৱাইছে আৰ্দশ

ৰাজ্য চৰকাৰে ৰাজকোষৰ টকা শৰাধ কৰি বিগত বৰ্ষটিত ৰোপণ কৰা গছপুলি সমূহ আজি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে । চৰকাৰে ৰাজকোষৰ ধন নিৰ্বিচাৰে খৰছ কৰাৰ সময়খিনিতে নিজৰ গাঁঠিৰ ধন ভাঙি সেউজ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰি এজন যুৱকে দেখুৱাইছে আৰ্দশ ৷…