Daily Time Axom

থাইলেণ্ডত হিট ষ্ট্ৰোকত ৩০ জন লোকৰ মৃত্যু,তাপমাত্ৰা ৫২ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ আশংকা

থাইলেণ্ডত চলিত বৰ্ষত হিট ষ্ট্ৰ’কত কমেও ৩০ জন লোকৰ মৃত্যু হয়। তীব্ৰ গৰমৰ ঢৌৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰা হৈছে। বৃহস্পতিবাৰে দেশখনৰ চৰকাৰে এই সতৰ্কবাণী জাৰি কৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, ৰাজধানী বেংককত চৰম গৰমৰ ঢৌৰ…

ইৰাকত মৃত্যুদণ্ড প্ৰদান ১১ জন সন্ত্ৰাসবাদীক

ইৰাকত ১১ জন লোকক ফাঁচী দিয়া হয়। ইৰাক প্ৰশাসনে এই সপ্তাহত ‘সন্ত্রাসবাদ’ৰ সৈতে জড়িত বুলি দোষী সাব্যস্ত হোৱা ১১ জন লোকক ফাঁচী দিয়ে৷ ইৰাকৰ আইন অনুসৰি সন্ত্ৰাসবাদ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি আৰু মৃত্যুদণ্ডৰ ডিক্রীত ৰাষ্ট্ৰপতিয়ে…

প্ৰয়োজন হ’লে ভাৰত এৰি যাবলৈও ইচ্ছুক,গোপনীয়তাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে হোৱাটছএপে

গোপনীয়তাৰ লগত আপোচ কৰা নহ’ব। প্ৰয়োজন হ’লে ভাৰত এৰি যাবলৈও ইচ্ছুক। দিল্লী উচ্চ ন্যায়ালয়ত এই কথা কয় মেটাৰ অধিবক্তাই। কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তি নিয়ম ২০২১ৰ ক্ষেত্ৰত হোৱাটছএপে নিজৰ স্থিতি স্পষ্ট কৰিছে। মেটাৰ অধিবক্তাই কয় যে মানুহে…

খাৰুৱাবান্ধাত বুথ কমিটিয়ে এইবাৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকলৈ সিদ্ধান্ত গ্ৰহণ

আজিৰ সভাত শতাধিক ৰাইজে এনেদৰে উত্তাল কৰি জাবেদ ইছলামক জিন্দাবাদ ধ্বনি দি কঁপাই তুলিলে। অসম গণ পৰিষদ দল আৰু বিজেপি দলৰ মিএজোটৰ প্ৰাৰ্থী জাবেদ ইছলামে ২নং ধুবুৰীৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব । ৰাইজে AIUDF আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে…

তামুলপুৰত ভোট প্ৰদান বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত আজি ভোট প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । তামুলপুৰৰ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ এনডিএৰ…

কংগ্ৰেছত এতিয়াও চলি আছে দলত্যাগৰ ধুমুহা

কংগ্ৰেছত এতিয়াও অব্যাহত আছে দলত্যাগৰ ধুমুহা । ইজনৰ পাছত সিজন নেতাই এৰিছে দল। ধুবুৰীতো একেই দৃশ্য পৰিলক্ষিত হৈছে। ধুবুৰী জিলা প্ৰাক্তন NSUI সভাপতি আনামূল ইয়াৰ লগতে প্ৰায় এক হাজাৰ অধিক কংগ্ৰেছ কৰ্মী এৰিলে কংগ্ৰেছ দল। য়োৱা কালি বিলাসীপাৰা…

লংকাৰ নখুটি খাগৰিজানত অৱস্থিত “আদৰ্শ মৰ্কজ একাডেমী,নখুটি”নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ…

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলৰে উজ্বলিছে বিদ্যলয়খন। বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থবাৰৰ বাবে অৱতীৰ্ণ হোৱা মুঠ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ২৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে।…

শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১

শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা | ✍️নিহত এজন জনপ্ৰিয় ইউটিউবাৰ | ✍️দৰিকাপাৰ NRL ৰ সন্মুখত সংঘটিত দুৰ্ঘটনাত নিহত অংকুৰ ৰাজ শৰ্মা | ✍️ৰখাই থোৱা মেজিকত খুন্দা মাৰে অংকুৰৰ বুলেটে | ✍️ভাৰতীয়…

জাৰ্মান বিশ্ববিদ্যালয়ত আৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰী

জাৰ্মান বিশ্ববিদ্যালয়ত আৰক্ষীৰ গুলীত নিহত বন্দুকধাৰী। স্থানীয় সময় অনুসৰি মঙলবাৰে বিয়লি জাৰ্মানীৰ মানহাইম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি অনুষদৰ ভৱনৰ পুথিভঁৰালত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ মতে, জাৰ্মান নাগৰিক যুৱকজনে পুথিভঁৰাল কৰ্মীক দাৰে…

অবৈধ এপত আই পি এল ষ্ট্ৰীমিং প্ৰচাৰ কৰাৰ বাবে সঞ্জয় দত্ত আৰু তমন্না ভাটিয়াক আদালতৰ চমন

অভিনেত্ৰী তমন্না ভাটিয়া আৰু অভিনেতা সঞ্জয় দত্ত এতিয়া ডাঙৰ বিপদত পৰিছে। অবৈধ মোবাইল ষ্ট্ৰীমিং এপৰ ​​সৈতে জড়িত এই দুগৰাকী বলীউডৰ অভিনেতাক আদালতে চমন কৰিছে। জানিব পৰা মতে, ২৯ এপ্ৰিলৰ ভিতৰত দুয়োজনে আদালতত জেৰাৰ বাবে হাজিৰ হ’ব।…