Daily Time Axom

আমিনগাঁৱত ৰে’ল বিভাগৰ বেদখল ভূমি উচ্ছেদ অভিযান

কামৰূপৰ আমিনগাঁৱত চলিছে অবাধ চৰকাৰী ভূমি বেদখল। কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা ভুমি বেদখল ভুূ মাফিয়াৰ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ নাকৰ তলতে ভুূ মাফিয়াৰ দপদপনি। আম্বেদকাৰ মিছনৰ নাম লৈ ৰে'লৱেৰ ভূমি বেদখল বড়ো উপাধিৰ এগৰাকী…

মৈৰাবাৰীত নগাঁও লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ অখিল গগৈৰ নিৰ্বাচনী…

চাচা মামাক একেলগে ব্ৰহ্মপুত্ৰত নদীত উটুৱাই দিয়াৰ আহ্বান অখিল গগৈৰ। নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই আলফাত থকাৰ সময়ত বহু মানুহক হত্যা কৰিছিল।ব্যৱসায়ী সকলক হাৰাশাস্তি কৰিছিল সেয়ে নগাঁৱৰ মানুহে সুৰেশ বৰাক ভোট নিদিয়ে। সুৰেশ বৰাই বন্দুক…

মাওবাদীয়ে বন্ধ কৰি দিয়া ৰাম মন্দিৰ ২১ বছৰৰ মূৰত খুলিলে গাওঁবাসীয়ে

মাওবাদীৰ শাসনত ২১ বছৰ ধৰি বন্ধ হৈ আছিল। মাওবাদীয়েও ৰাম মন্দিৰক ধ্বংস কৰিব বিচাৰিছিল। অৱশেষত ৰাম নৱমীৰ ঠিক আগত সেই ৰাম মন্দিৰৰ দুৱাৰ খোলা হয় । ছত্তীশগড়ত সুকমাৰ ৰাম মন্দিৰত পুনৰ একত্ৰিত হয় স্থানীয় ভক্ত। মূৰ্তি চাফা কৰি পুনৰ পূজা আৰম্ভ…

শোৱা কোঠাত এই নিয়ম মানি চলক, পুৰুষৰ বাবে বিশেষ টিপছ

বিশেষজ্ঞসকলে কয় যে, পুৰুষ সংগী বাছনিৰ ক্ষেত্ৰত ছোৱালীৰ বাছনিৰ বহু পৰিৱৰ্তন হৈছে। আজি ছোৱালীয়ে পুৰুষ বুলি কি বুজে তাৰ সংজ্ঞা আগৰ তুলনাত বহু সলনি হৈছে। গতিকে নাৰীৰ হৃদয় জয় কৰিবলৈ পুৰুষক সলনি কৰাৰ সময় আহি পৰিছে। ছোৱালীৰ বাবে কেনেকৈ এক…

যৌনকৰ্মীৰ পৰা গায়িকা হ’ল আলিয়া

সঞ্জয় লীলা ভাঞ্চলীয়ে আলিয়া ভাটক নতুন ৰূপত সজাইছে। গংগুবাই কঠিয়াবাৰীত যৌনকৰ্মীৰ চৰিত্ৰত অভিনয় কৰি ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ভাঞ্চালীৰ আগন্তুক ছবিখনত তেওঁক দেখা যাব এগৰাকী জাজ গায়িকাৰ চৰিত্ৰত। বিপৰীতে দুই নায়ক ৰণবীৰ কাপুৰ, বিকি কৌশল।

তামুলপুৰত দৰং ওদালগুৰিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে বিজেপিৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। দেওবাৰে গোৰেশ্বৰ সমষ্টিৰ গুৱাবাৰী আৰু নাগ্ৰীজুলিত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ অভিযান ৰ সভা।৪ নং দৰং ওদালগুৰিৰ বিজেপিৰ, ইউপিপিএল আৰু অগপ মিত্ৰদলৰ প্ৰাৰ্থী দিলীপ শইকীয়া…

মহাৰাষ্ট্ৰত বিজেপি বিৰোধী মিত্ৰতা চূড়ান্ত

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ঘণ্টাধ্বনি বাজি উঠিছে। কিন্তু মহাৰাষ্ট্ৰত আসনৰ ৰেফলিঙৰ সমস্যা শেষ হোৱা নাই। অৱশেষত গঠন হ’ল এটা জোঁট। মহাৰাষ্ট্ৰৰ মুঠ আসন ৪৮ খন। বিৰোধীয়ে তাত আসন বতৰা কৰি যুঁজ দিব। শিৱসেনাৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ…

মুকালমুৱাত ঈদ উল ফিটৰ উপলক্ষ্যে সদৌ অসম গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদৰ উদ্যোগত সাহায্য বিতৰণ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত সদৌ অসম গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদৰ মধ্যম বৰক্ষেত্ৰী আঞ্চলিকৰ উদ্যোগত,অসম জাকাত ফাণ্ডৰ সহযোগত পবিত্ৰ ঈদ উল ফিটৰ উপলক্ষ্যে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে । এই…

উত্তৰ আমেৰিকাৰ তিনিখন দেশত দেখা গ’ল সম্পূৰ্ণ সূৰ্যগ্ৰহণ

উত্তৰ আমেৰিকাৰ তিনিখন দেশ আমেৰিকা, মেক্সিকো আৰু কানাডাৰ পৰা লাখ লাখ বাসিন্দাই সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সাক্ষী হৈ ৰয়। সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ১১:০৭ বজাত মেক্সিকোৰ পশ্চিম উপকূলৰ পৰা প্ৰথম আংশিক সূৰ্যগ্ৰহণ দেখা যাব। ইয়াৰ পিছত আমেৰিকাৰ…

বৰক্ষেত্ৰীৰ চাউলখোৱাৰ ছাত্ৰীৰ সাফল্য

Dise code থকা বিদ্যালয়ত নামভৰ্তি নকৰিলে কি হ'ব পাৰে আপোনাৰ সন্তানৰ? নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভৈৰাঘোলস্থিত "জনকল্যাণ জাতীয় বিদ্যালয়ে" সুখ্যাতিৰে সাত-আঠ বছৰ সম্পূৰ্ণ কৰিছে। আৰম্ভণিৰে পৰা ইউ ডাইছ ক'ড থকা এই বিদ্যালয়খনে…