Daily Time Axom

দৰঙৰ ধূলাত বলপূৰ্বক ভাবে ভূমি বেদশল কৰাৰ অভিযোগ

বলপূৰ্বক ভাবে গৃহ নিৰ্মাণ । ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ । দৰঙৰ পূৱ মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাবাৰী গাঁওৰ মৃত ছোৱান আলিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে আহিলা বেগমে ছোৱান আলীৰ পৰা ৪৬ নং পট্টাৰ মুঠ ১ বিঘা মাটি ক্ৰয় কৰিছিল আৰু…

মাজনিশাৰ পৰা আফগানিস্তানকে ধৰি কাশ্মীৰলৈকে ধাৰাবাহিকভাৱে ভূমিকম্পৰ কঁপনি

মাজনিশাৰ পৰা দেওবাৰে পুৱালৈকে একেৰাহে ভূমিকম্পৰ ফলত দেশখনৰ কেইবাটাও অঞ্চল কঁপিছিল। আফগানিস্তানত নিশাও মৃদু কঁপনি অনুভৱ হয়। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ তথ্য অনুসৰি আফগানিস্তানত ২:২৬ বজাত ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ…

পণবন্দীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ ইজৰাইলত পুনৰ চৰকাৰ বিৰোধী প্ৰতিবাদ

পণবন্দী এলাদ কাট্জিৰৰ মৃতদেহ হামাছে উদ্ধাৰ কৰাৰ পিছত টেল আভিভ আৰু ইজৰাইলৰ অন্যান্য চহৰত পুনৰ চৰকাৰ বিৰোধী প্ৰতিবাদ আৰম্ভ হয়। পণবন্দী-মুক্তি-চুক্তি আৰু চৰকাৰৰ পদত্যাগৰ দাবীত টেল আভিভত প্ৰায় এক লাখ লোক সমবেত হয়।শনিবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা…

অংগনবাড়ী কৰ্মী সহায়িকাক উচিত মৰ্যদা দিব কংগ্ৰেছে

নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আঁচনি দিলে সুফল নাপাব বিজেপিয়ে। ৰাইজৰ মৰমত ক্ষীণ হৈ গৈছো-টীয়কত নিৰ্বাচনী সভাত গৌৰৱ গগৈ। ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ এখনি…

মুকালমুৱাৰ সাপকাটাত বাছ দূৰ্ঘটনাত এজন নিহত, চাৰিজন আহত

মুকালমুৱাৰ সাপকাটাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বৰপেটাৰ পৰা গুৱাহাটী অভিমূখী তিব্ৰবেগী আল্ট্ৰা বাছ এখনে স্কুলীয়া ছাত্ৰকে ধৰি পাচগৰাকীকৈ পথচাৰীক মহতিয়াই নিয়ে। আটাইকেইগৰাকীকে মুকালমুৱা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও এজন…

আমিন গাঁও মৰিয়াপট্টি জামে মজজিদত এছ টি এফৰ অভিযান

ISISত যোগদান কৰা আই আই টি গুৱাহাটীৰ ছাত্ৰ তৌফিক আলি ফাৰুকীৰ সৈতে যুগসূত্ৰৰ সন্দেহত আমিন গাঁও জামে মজজিদত তালাচী অভিযান এছ টি এফৰ। ফাৰুকী আৰু সহযোগী ছাত্ৰই মৰিয়াপট্টি জামে মজজিদত নিয়মীয়া আহ যাহ কৰিছিল । যাৰবাবে বৰ্তমানে মজজিদটোত তন্নকৈ…

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীক দেখা গ'ল এক ব্যতিক্ৰমী ৰূপত ৷ নিৰ্বাচনী প্ৰচাৰৰ ধামখুমীয়াৰ মাজতে বিধায়ক গৰাকীক দেখা গল শিক্ষকৰ ৰূপত । নিৰ্বাচনী প্ৰচাৰৰ মাজত তামুলপুৰ সমষ্টি ভূটান সীমান্তৰ পলাশবাৰী প্ৰাথমিক বিদ্যালয়…

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সৰভোগত পদযাত্ৰা

ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি উৎসৰ্গিত,জনসেৱাৰ প্ৰতি দায়বদ্ধ তথা ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত বাহক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টিৰ আজি প্ৰতিষ্ঠা দিৱস,সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তেপ্ৰান্তে প্ৰতিষ্ঠা দিৱস পালন,দলটোৰ চক্‌চকা মণ্ডলে…

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অগ্নিদগ্ধ ভাৰতীয় মাছমৰীয়াক উদ্ধাৰ

শুকুৰবাৰে মাজনিশা বিশাখাপট্টনমৰ পৰা ৬৫ নটিকেল মাইল দূৰৈত ভাৰতীয় মাছমৰীয়াৰ এখন নাওত অগ্নিকাণ্ড সংঘটিত হয়। খবৰ পোৱাৰ লগে লগে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ ‘বীৰা’ বিশাখাপট্টনমলৈ ৰাওনা হয়। সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ কাম আৰম্ভ…

এটা কণী আৰু ৰুটি খোৱা নোৰা ফাতেহীৰ বলীউডৰ সংগ্ৰামৰ স্মৃতি

জন্মসূত্ৰে তেওঁ কানাডাৰ নাগৰিক। কিন্তু নৃত্য শৈলীৰ ক্ষেত্ৰত ভাৰতত তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী হৈছে। তেওঁৰ নৃত্য ভিডিঅ’ তেওঁৰ অনুৰাগীৰ অন্যতম আকৰ্ষণ। ছ’চিয়েল মিডিয়াত তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা প্ৰায় ৭ কোটি! শেহতীয়াকৈ বলীউডত ১০ বছৰীয়া কেৰিয়াৰ…