যোৰহাটত কেইবাখনো পঞ্চায়তত তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ
মন্ত্ৰী পীযুষ হাজৰিকাই নাজিৰাৰ দৈখনা সোণালী সমাজ ৰংগমঞ্চত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় |ইয়াৰ পিছতেই আচলাবাৰী আৰু বামুণপুখুৰী তিনি আলিৰ…