Daily Time Axom

অসম জন মৰ্চাৰ প্ৰাৰ্থী অধিবক্তা চাইফুল ইছলাম চৌধুৰীৰ মনোনয়ন দাখিল

আজি নগাঁও আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে নগাঁও লোকসভাৰ প্ৰাৰ্থী অধিবক্তা চাইফুল ইছলাম চৌধুৰীয়ে মনোনয়ন দাখিল কৰি চৌধুৰীৰ মন্তব্য AIUDF হব মোৰ মূল প্ৰতিদ্বন্দী,মই সকলোৰে পূৰ্ণ সমৰ্থন লাভ কৰি আছোঁ, মই জয়ী হ'ম বুলি আশাবাদী। দিনে নিশাই…

তামুলপুৰত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সভা

বিটিআৰৰ দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিৰ এন ডিৰ এৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ৰাজ্য আন সমষ্টিটো বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীলৈ নৈতিক সমৰ্থন আগবঢ়াব। বৰ্তমান দেশৰ ৰাজনীতি বিজেপিৰ…

ঋতুস্ৰাৱৰ কাপৰ বিষয়ে জনা-অজানা কথা

আজিকালি বহু মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। কিছুমানে টেম্পনও ব্যৱহাৰ কৰে। তাৰ তুলনাত মাহেকীয়া কাপ বেছি ব্যৱহাৰ কৰা নহয় যদিও ই অতি নিৰাপদ আৰু সুবিধাজনক। ঋতুস্ৰাৱৰ কাপ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ…

শিৱসাগৰ আৰু ডিমৌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলৰ সহযোগত এনেদৰে আজি দেখা পোৱা গ'ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক | এই নিৰ্বাচনী সভাত…

সুস্থ হৈ থাকিবলৈ তিতা কেৰেলা খাওক

বহুতৰে তিতা কেৰেলা অন্যতম জনপ্ৰিয় শাক। কিন্তু এই শাক তিতা সোৱাদৰ বাবে বহুতে ভাল নাপায়। কিন্তু, ইয়াৰ পুষ্টিকৰ মূল্য বিবেচনা কৰিলে খাদ্যত ইয়াক অন্তৰ্ভুক্ত কৰিবই লাগে। তিতা কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি আৰু চি থাকে। ইয়াৰ উপৰিও…

লেহেমীয়া অভাৰ ৰেটৰ বাবে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক জৰিমনা

দিল্লী কেপিটেলছৰ প্ৰথম জয়ৰ দিনা ঋষভ পন্তৰ ডাঙৰ শাস্তি। দিল্লীৰ অধিনায়কগৰাকীক ১২ লাখ টকা জৰিমনা বিহা হয়। দেওবাৰে বিশাখাপট্টনমত পণ্টক লেহেমীয়া অভাৰ ৰেটৰ বাবে শাস্তি প্ৰদান কৰা হয়। আই পি এলৰ আচৰণ বিধি অনুসৰি তেওঁক জৰিমনা বিহা হৈছিল।…

কচুৱাত আমছুৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন

সদৌ অসম সংখ্যালঘূ ছাত্র ইউনিয়ন চমুকৈ আমছুৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসটি আজি কচুৱা ইদগাহ মৈদানত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নগাঁও জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ উদ্যোগত আৰু হোজাই জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ…

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আপৰ প্ৰাক্তন সাংসদ

আপৰ একমাত্ৰ লোকসভাৰ সাংসদগৰাকীয়ে কিছুদিন পূৰ্বে গেৰুৱা শিবিৰত যোগদান কৰিবলৈ দল এৰি থৈ গৈছিল, লগতে বিজেপিত যোগদান কৰিছিল এজন বিধায়কেও। এইবাৰ কংগ্ৰেছত যোগদান কৰিছে আপৰ প্ৰাক্তন সাংসদগৰাকী আৰু প্ৰাক্তন বিধায়কগৰাকীয়ে। সোমবাৰে পঞ্জাৱৰ…

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানত চুৰি

চুৰি হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ চৰকাৰী বিমান ‘এয়াৰ ফৰ্চ ৱান’ত। বিমানখনৰ নিৰ্দিষ্ট স্থানত থকা কিছু সামগ্ৰী সন্ধানহীন হৈ পৰিছে। জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহত এই চুৰি কাণ্ড দৃষ্টিগোচৰ হৈছিল। সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে…

আড়ম্বৰপূৰ্ণ ভাৱে উদযাপিত হ’ল কামৰূপ জিলা দিৱস

কামৰূপ জিলাৰ বিভক্ত হৈ অতিক্ৰম কৰিলে ২৪টা বসন্ত । এসময়ৰ বৃহৎ জিলা কামৰূপ দুভাগত ভাগ হৈ কামৰূপ আৰু কামৰূপ মহানগৰ ৰূপ পালে । ২৪ বছৰ পুৰ্বে আজিৰ দিনটোতে কামৰূপ জিলা গঠণ কৰি প্ৰশসনিক ব্যৱস্থা জনতাৰ অধিক ওচৰ চপোৱা হৈছিল। এই উপলক্ষে কামৰূপ জিলা…