Daily Time Axom

তিনিচুকীয়াত বিশিষ্ট সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াআজি বাৰেকুৰিত যুৱপ্ৰজন্মৰ আত্মনিৰ্ভৰশীলতাৰ জনসভা

তিনিচুকীয়া,১৯ফেব্ৰুৱাৰী: আজি তিনিচুকীয়াৰ একৈশ খন গাঁও সামৰি বাৰেকুড়িত "দীঘল সাঁকো নৱজ্যোতি যুৱক সংঘ"ৰ উদ্যোগত মহিলা আৰু যুৱপ্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত অনুষ্ঠিত হ'ব এক বৃহৎ কাৰ্য্যসূচীৰ প্ৰেৰণাত্মক অনুষ্ঠান।…

টীয়কৰ নামচেচুবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি পথত কৰিছে প্ৰতিবাদ

প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি হৰ ঘৰ নল হৰ ঘৰ জলে আজিৰ তাৰিখতো ঢুকি নাপালে টীয়কৰ এইসকল ৰাইজক।হয়, যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ সমীপৰ নামচেচু অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ।এটা মাটিৰ নাদেই শেষ সম্বল বৃহত্তৰ অঞ্চলটোৰ ৷ৰাতিপুৱাৰে…

মাণিকপুৰত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত তলা লগালে অংগনাৱাদী কৰ্মী-সহায়িকাই

বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সম্মুখত শশ অংগনাৱাদী কৰ্মী আৰু সহায়িকাই মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত তলা লগাই অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যালয়ৰ কৰ্মচাৰী সকলে কাৰ্যালয়ত আহিছে যদিও কাৰ্যালয়ৰ…

চিৰাঙৰ বিজনীত শনিবাৰে নিশা আৰক্ষীৰ অভিযানত বিজেপিৰ MCLA প্ৰদীপ বায়নৰ দেহৰক্ষী সহ ৮ গৰাকীকৈ জুৱাৰী…

এক গোপন সূত্ৰৰ পম খেদি বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত বিজনী থানাৰ আৰক্ষীয়ে চলোৱা উক্ত অভিযানত গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইটা ক্ৰমে বিজনী নিৱাসী অসম আৰক্ষীৰ জোৱান তথা মননীত পাৰিষদ প্ৰদীপ বায়নৰ দেহৰক্ষী *প্ৰণৱ শইকীয়াৰ…

হাটশিঙীমাৰীৰ সুখচৰ অন্তগৰ্ত ফাত্তাপাৰাত প্ৰায় ২০০ জন ব্যক্তিৰ বিজেপি দলত যোগদান

ভাৰতীয় জনতা পাৰ্টি দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ প্ৰাক্তন জিলা উপ-সভাপতি তথ সদৰ হাটশিঙীমাৰী মণ্ডলৰ মণ্ডল সভাপতি আব্দুল আলিম মোল্লাৰ সভাপতিত্বত আৰু হাটশিঙীমাৰীৰ সদৰ মণ্ডলৰ কো কণভেনাৰ সাহালম মোল্লা আৰু আশাফুল ইছলামৰ উপস্থিতত বিশাল…

নলবাৰীত পাঁচদিনীয়াকৈ গণেশ পূজাৰ বিশাল আয়োজন

১০০ বছৰ পূৰণি এডাল কুঁহিমালা গছ আৰু এটি শিলাস্তৰক লৈয়েই যোৱা ৩০ বছৰ ধৰি উপেন্দ্ৰ দেৱ পূজাৰীৰ গৃহত থকা এটি ঐতিহ্যমণ্ডিত গণেশ মন্দিৰত পাচদিনীয়াকৈ গণেশ পূজাৰ বিশাল আয়োজন!* * নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ছিদালকুছি লচিমাত আছে এটি…

অসম আন্দোলনৰ বৰনগৰৰ দুই বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ পৱিত্ৰ সোঁৱৰণত শ্বহীদ দিৱস…

অসম আন্দোলনৰ বৰনগৰৰ দুই গৰাকী বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ সোঁৱৰণত আজি সৰভোগৰ শ্বহীদ ভৱনত বৰনগৰ ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰা হয়। অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱা দুই মহান বীৰ শ্বহীদৰ স্মৃতিত বৰনগৰ ছাত্ৰ…

মোবাইল আসক্তি : এক মাৰাত্মক ব্যাধি

সাম্প্ৰতিক সময়ত মোবাইল ফোনবোৰে সামাজিক মাধ্যমৰ উত্থানত আৰু যোগাযোগৰ মাধ্যম হিচাপে অপৰিসীম অৰিহণা যোগাইছে সেইটো সঁচা! কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱে যে ফুল কুমলীয়া শিশু সকলক নৈতিক , আৰু মানসিক ভাৱে কুৰুকি কুৰুকি সিহঁতৰ মনস্তাত্বিক দিশত…

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা চার্লচ ডাৰউইন ৰ বিখ্যাত মতবাদ ""Survival of the Fittest " অনুসৰি যিবোৰ জীৱই জীৱন সংগ্ৰামৰ মাজতে পৰিস্থিতিৰ লগত নিজকে খাপখুৱাই ল’বলৈ সক্ষম হয়, তেনে জীৱইহে…

অখিল গগৈৰ প্ৰেমকাহিনী । অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে সেন্দুৰ নিপিন্ধাৰ আঁৰৰ কাহিনী

গীতাশ্ৰী তামুলী পেছাত এগৰাকী অধ্যাপিকা।গঠনমূলক ভাৱধাৰা, চিন্তা-চৰ্চাত ব্যস্ত থকা গীতাশ্ৰী তামুলী আছিল পূৰ্বে গোলাঘাটৰ কলেজত কৰ্মৰত। গোলাঘাটৰ টেঙানীত সেই সময়ত অখিল গগৈয়ে আৰম্ভ কৰিছিল ভূমি অধিকাৰ সংগ্ৰাম। কৃষকৰ ন্যায্য প্ৰাপ্তিৰ বাবে ‌কৰা…