Daily Time Axom

গা ধোৱাৰ প্ৰকৃত সময় কি আপুনি বাৰু জানেনে

বেছিভাগ মানুহেই পুৱা সোনকালে গা ধুই অফিচৰ বাবে সাজু হয়। দিনটোৰ দীঘলীয়া কামৰ অন্তত ৰাতিও গা ধোৱে। গা ধোৱাটো বাবে কি সময় উত্তম? লাইফষ্টাইল থেৰাপিষ্টসকলে এই বিষয়ে এক অধ্যয়ন কৰিছে। সমীক্ষাত দেখা গৈছে যে ৰাতিপুৱা বহুতেই গা ধোৱে। দিনটো এটা…

জানুৱাৰী মাহটোৱেই আছিল অভিলেখৰ আটাইতকৈ গৰম মাহ

চলিত বৰ্ষৰ প্ৰথম মাহে আটাইতকৈ উষ্ণ জানুৱাৰী মাহৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে। ইউৰোপীয় সংঘৰ কপাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱাই বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰে। ১৯৫০ চনৰ পিছত সৰ্বোচ্চ উষ্ণতাৰ অভিলেখ ২০২০ চনৰ জানুৱাৰী মাহত স্থাপন কৰা হৈছিল। সেই…

ছাৰ্ভাইকেল কেন্সাৰ আৰু পুনম পাণ্ডেৰ মৃত্যুৰ অপপ্ৰচাৰ কিয়

সকলো অপপ্ৰচাৰ, সকলো ভ্ৰম? আচলতে ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ, নে পুনম পাণ্ডেই নিজকে লাইমলাইটলৈ আনিবলৈ নিজৰ বিষয়ে এনে সস্তীয়া অপপ্ৰচাৰত কৰিছে? ইফালে বিগ বছ ১৭ বিজয়ী মুলৱাৰ ফাৰুকিয়ে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।…

অসম সাংস্কৃতিক মহাসংগ্ৰাম-২৪ ৰ চূড়ান্ত প্ৰতিযোগিতাত সৰভোগৰ সফলতা

দলীয় বিহু নৃত্যৰ ১২-১৮ বছৰ শিতানত তানিছা নাছৰিন এণ্ড গ্ৰুপ তৃতীয় আৰু ১৯-২৪ বছৰ শিতানত প্ৰিয়ংকা ৰায় এণ্ড গ্ৰুপে তৃতীয় স্থান লাভ কৰে। অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ত জ্যোতি সংগীত,বিষ্ণুৰাভা সংগীত,ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগতে…

লক্ষীপথাৰত আঠদিনীয়াকৈ শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞৰ আয়োজন

মাৰ্ঘেৰিটা দিহিং নৈত কলহত পানী ভৰাবলৈ পাঁচ শতাধিকভক্তৰ লগতে অংশগ্ৰহণ ভাগৱত বাখ্যাকাৰ বৃন্দাবনৰ বিষ্ণু ধুংগেলৰ ডিগৱৈৰ লক্ষীপথাৰত আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈ আছে শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞ ৷ লক্ষীপথাৰৰ মাজগাঁও…

নিশা ৰূপহীহাটত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত হতাহতি

হাতীপাৰাত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘটিত হয় হতাহতিৰ ঘটনা। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰ বাবে আহত তিনিজনকৈ আৰক্ষী জোৱান। গুৰুতৰ বাবে আহত হয় ৰূপহীহাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপাংকৰ চেতিয়া সহ দুই আৰক্ষী জোৱান। আঁহত আৰক্ষী সকলক…

দক্ষিণ শালমাৰাত অব্যাহত আছে ৰাজহ আদালত

দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত চলিছে ৰাজহ আদালত। ৰাজহ সংগ্ৰহ,মাটি-বাড়ীৰ কাম-কাজ,মাটি মালিকনাৰ নামৰ ভুল সংশোধনী,মাটিৰ বাটোৱাৰা আদি নানা ধৰনৰ কামেৰে চলিছে ৰাজহ আদালত। দক্ষিণ শালমাৰা ৰাজহ চক্ৰত…

মুকালমুৱাৰ সোনাপুৱাত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি

নলবাৰী জিলাৰ মুকালমুৱাৰ সোনাপুৱা যুৱক সংঘৰ উদ্যোগত, মুকালমুৱা নিউ লাইফ ফাউণ্ডেচন আৰু ‘গংগা যমুনা এগ্ৰো ৰিজোৰ্ট’ৰ সহযোগত প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা। সোনাপুৱা যুৱক সংঘৰ উদ্যোগত ১১,১২,…

ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বলিষ্ঠ পদক্ষেপ

নিজৰ একাগ্ৰতা আৰু কৰ্মস্পৃহা থাকিলে কাৰ্যালয়ো নিজা ঘৰখনৰ দৰেই সজাই পৰাই তোলা সম্ভৱ। এইয়া প্ৰমাণ কৰি দেখুৱালে ৰূপহীহাট আৰক্ষী থানাৰ এজন বিষয়াই। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুলাৰাম তেৰাঙৰ নেতৃত্বত থানাখনো এতিয়া হৈ পৰিছে ধুনীয়া। ৰূপহীহাট…

আচামীক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ

আচামীক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ। এই ঘটনা ফকিৰগঞ্জ আৰক্ষী থানাৰ অধিনত ন থকা বন্দিহানা উপ আৰক্ষী চকীৰ অন্তৰ্গত চিৰাখোৱা পঞ্চম খণ্ড গাঁৱৰ। ওৱাৰেণ্ডৰ আচামী ধৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল বন্দিহানা উপ আৰক্ষী চকীৰ তিনিজনকৈ আৰক্ষী আৰু এগৰাকী…