Daily Time Axom

দামী ব্ৰকলি বা সস্তীয়া ফুলকবি, কাৰ পুষ্টি বেছি

শীত অহাৰ লগে লগে ফুলকবিৰে বজাৰ ভৰি পৰে। তৰকাৰী, ভাজী, খিচুৰি বা ৰোষ্ট - ফুলকবি অবিহনে ভাবিব নোৱাৰি। কিন্তু ফুলকবি বেছিকৈ খালে পেটৰ গেছ হয়। পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে। গতিকে স্বাস্থ্য সচেতন লোকে আকৌ ফুলকবি খাবলৈ মন নাযায়। ব্ৰকলি তেওঁলোকৰ…

শিৱসাগৰৰ দৰবাফিল্ড সমীপৰ দিখৌ নৈ খনন ভূ-মাফিয়াৰ

বাৰিষাক লৈ সংকা নৈ পৰীয়া বাসিন্দাৰ, এতিয়া বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সচেতন মহল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ভিন্ন প্ৰান্ততো দিনে-নিশাই অবৈধ খনন চলাইছে ভূ-মাফিয়া চক্ৰই | দিখৌ নদীৰ বুকুতো চলিছে এই ভয়াৱহ খনন | জিলা খনৰ প্ৰায়…

নাজিৰাৰ বিহুবৰত উত্তপ্ত পৰিস্থিতি

এইবাৰ ৰাইজ তথা শিল ব্যৱসায়ীৰ পহুখেদা খালে শিৱসাগৰ জিলা বনবিষয়া,পৰিৱহণ বিষয়া।নাজিৰাৰ বিহুবৰত পহুখেদা খালে শিৱসাগৰ জিলা পৰিৱহণ,বনবিষয়াই। শৈলনগৰী নাজিৰাৰ বিহুবৰত এইবাৰ ৰাইজ তথা শিলব্যৱসায়ীৰ পহুখেদা শিৱসাগৰ জিলা পৰিৱহণ বিষয়া অংগীকাৰ বৰগোহাঁই…

টেপুৰাম টেৰণ হাইস্কুলৰ প্ৰৱেশদ্বাৰৰ শুভ উন্মোচন

মহানগৰীৰ চচলত অৱস্থিত টেপুৰাম টেৰণ হাইস্কুলৰ ২৩ গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰি উলিওৱা বিদ্যালয়ৰ তোৰণখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব…

ড° দীনবন্ধু দাসৰ কুইজ বিষয়ক গ্ৰন্থ উন্মোচন

হিংসাৰ দ্বাৰা হিংসা নহয়, মহাভাৰতৰ দ্ৰৌপদীৰ কাহিনীৰ পৰা ইয়াৰ শিক্ষা ল'ব পাৰি পুৰণি শাস্ত্ৰসমূহ জ্ঞানৰ অমূল্য ভঁৰাল ৷ এই শাস্ত্ৰসমূহ অধ্যয়নৰ জৰিয়তে জীৱনৰ এক উচিত শিক্ষা লাভ কৰিব পাৰি। পুৰণি শাস্ত্ৰসমূহৰ চৰিত্ৰৰ বিশ্লেষণৰ জৰিয়তে জীৱনৰ উচিত…

ইম্ফলত অনুষ্ঠিত হোৱা বৈঠকৰ অনুমতি নাপালে ৰাহুল গান্ধীয়ে

মাত্ৰ চাৰিদিন পিছতে মণিপুৰৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ভাৰত যোৰো ন্যায় যাত্ৰা। ঠিকেই আছিল, ১৪ জানুৱাৰীত দেশৰ পূব দিশৰ পৰা পশ্চিম দিশলৈ ৰাহুলৰ যাত্ৰা আৰম্ভ হ’ব ইম্ফল চহৰৰ মাজমজিয়াত থকা পেলেচ স্কোৱাৰৰ চৰকাৰী খেলপথাৰত এখন ৰাজহুৱা সভাৰে।…

ব্ৰিটনী স্পিয়াৰ্ছে চিৰদিনৰ বাবে সংগীতৰ জগত এৰিলে নেকি

নতুন বছৰত বিস্ফোৰণ পপ তাৰকা ব্ৰিটনি স্পিয়াৰ্ছৰ! তেওঁ কেতিয়াও সংগীতৰ জগতখনলৈ ঘূৰি নাহে বুলি ভাবিছিল বহুতেই ! পপষ্টাৰদৰাকীয়ে অহংকাৰৰ বাবেই এনে সিদ্ধান্ত লৈছিল? শেহতীয়াকৈ আমেৰিকাৰ সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে যে ব্ৰিটনী স্পিয়াৰ্ছে…

আদানী গ্ৰুপে ভাৰতীয় নৌসেনাৰ বাবে ড্ৰ’ন প্ৰস্তুত কৰিছে

ভাৰতীয় নৌসেনাৰ বাবে ড্ৰ’ন প্ৰস্তুত কৰিছে দেশৰ বৃহৎ উদ্যোগিক সংঘ আদানী গ্ৰুপে। নাম দিয়া হৈছে 'দৃষ্টি-১০' ষ্টাৰলাইনাৰ মানৱবিহীন বিমান। আদানি ডিফেন্স এণ্ড এৰ’স্পেচৰ দ্বাৰা নিৰ্মিত এই ড্ৰ’নে চোৱাচিতা কৰিবলৈ সক্ষম আৰু ৩৬ ঘণ্টা ধৰি অবিৰতভাৱে…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা চিকিৎসাধীন অৱস্থাতে নিৰুদ্দেশ তামুলপুৰৰ এজন যুৱক

পৰিয়ালৰ মাজত কান্দোনৰ ৰোল তামুলপুৰ জিলাৰ অন্তৰ্গত বতিয়ামাৰী গাঁৱৰ দীনেশ বড়ো (৩১) নামৰ এগৰাকী যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ পৰা চিকিৎসাধীন অৱস্থাত হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে…

ধুবুৰীত তিনিদিনীয়া অসমী ভোগালী মেলা আৰম্ভ

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা শাখাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা আৰম্ভ হয় অসমী ভোগালী মেলা-২০২৪ ৷ ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত মেলাখনৰ উদ্বোধন কৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। জিলা…