Daily Time Axom

সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদক প্ৰথম খৱৰৰ বিশেষ…

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক মামণি ৰয়ছম গোস্বামীৰ পৱিত্ৰ সোঁৱৰণত প্ৰথম খৱৰে সাহিত্যজগতলৈ অৰিহণা আগবঢ়োৱা ৰাজ্যৰ ১১ গৰাকীকৈ নবীন-প্ৰবীন লেখক-লেখিকাক ৮ জানুৱাৰী তাৰিখে চানমাৰিৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ…

আত্মবিশ্বাস দেখুৱাওক – আগ্ৰাসন নহয়, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ বিজেপি নেতালৈ

অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। মন্দিৰ উদ্বোধনৰ পূৰ্বে সজাগ বিজেপি শিবিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকত বিজেপিৰ সকলো নেতাক সকীয়াই দিয়ে। আত্মবিশ্বাস দেখুৱাওক - আগ্ৰাসন নহয়, নিৰ্দেশ দিলে…

আপ-কংগ্ৰেছৰ মুখামুখি বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে বিশেষ সময় বাকী নাই। ৰাজনৈতিক দলসমূহে নিজস্ব কৌশল ৰচনা কৰি আছে। এনে পৰিস্থিতিত আপ-কংগ্ৰেছ মুখামুখি বৈঠকত বহি আছে। জ্ঞাত সূত্ৰৰ মতে, নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলৰ মাজত মতানৈক্য সমাধানৰ বাবে মুখামুখি হৈছে। লোকসভা…

ইজৰাইলৰ আক্ৰমণত গাজাত ২৩ হাজাৰ লোকৰ মৃত্যু

গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। যোৱা ২৪ ঘন্টাত বিমান আক্ৰমণত ২৪৯ জন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বিগত ২৪ ঘন্টাত ৫১০ জন লোক আহত হৈছে। যিয়েই নহওক, ৭ অক্টোবৰত পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে…

জাপানৰ ধ্বংসাৱশেষৰ পৰা ৫ দিনৰ অন্তত জীৱিত অৱস্থাত উদ্ধাৰ এগৰাকী ৯০ বছৰীয়া মহিলাক

নৱবৰ্ষৰ দিৱসত জাপানত হোৱা এক প্ৰবল ভূমিকম্পৰ পাঁচ দিনৰ পাছতে এগৰাকী বৃদ্ধাক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়, যাৰ ফলত বছৰৰ আৰম্ভণিতে জনজীৱন বিঘ্নিত হৈ পৰে। পশ্চিম অঞ্চলৰ এটা ঘৰৰ ধ্বংসাৱশেষত আবদ্ধ হৈ পৰে ৯০ বছৰীয়া মহিলাগৰাকী। পিছত…

টীয়কত ৰাইজৰ দলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ৰাইজৰ দলৰ জণজাগৰণ যাত্ৰাৰ মাজতে আজি টীয়কৰ কলিয়াপানীত ৰাইজৰ দলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে।ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ উপস্থিতিত তথা ৰাইজৰ সহযোগত আজি ব্যতিক্ৰমীভাৱে এই তৃতীয়বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি কেৱল কথাৰ…

দুদিনীয়া কাৰ্যসূচীৰে টীয়ক জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

২০০২ চনত টীয়কৰ শিক্ষা ক্ষেত্ৰখনত নতুন দিগন্ত সুচনা কৰি প্ৰতিষ্ঠা লাভ কৰা টীয়ক জাতীয় বিদ্যালয়ৰ আজি ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।প্ৰথম দিনা পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰ সফল…

পাচমাহে নিৰুদ্দেশ লিডুৰ এগৰাকী ১৪ বছৰীয়া ছাত্ৰ

ৰাজ্যত এতিয়া সঘনাই সংঘটিত হ'বলৈ ধৰিছে শিশু অপহৰণ তথা শিশু নিৰুদ্দেশৰ দৰে ঘটনা ৷ বিগত পাচমাহে নিৰুদ্দেশ হৈ আছে মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ এজন ১৪ বছৰীয়া কিশোৰ ৷ বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহতেই নিৰুদ্দেশ হোৱা সপ্তম শ্ৰেনীত অধ্যয়নত লিডুৰ…

৫০/৬০ খন দোকান ঘৰত চলিল জেছিপি

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কুচনিমাৰাত আজি জিলা প্ৰশাসনৰ তৰপৰ পৰা চৰকাৰী ভূমিত নিৰ্মাণ কৰা দোকান সমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। এই বজাৰ খিনিত ৰাস্তাৰ দুয়োফালে প্ৰায় ৫০/৬০ খন দোকান ঘৰ নিৰ্মাণ কৰি একাংশই ব্যৱসা বাণিজ্য কৰি…

সৰভোগৰ বাড্‌চ একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

বৰনগৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা অধিক আগুৱাই নিয়াৰ স্বাৰ্থত, বৰনগৰ অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকে ২০০৫ চনত বাড্‌চ একাডেমী নামৰ এখন শিক্ষানুষ্ঠান স্থাপন কৰিছিল।শিক্ষাৰ পৰা সাহিত্য, খেলৰ পৰা সংস্কৃতিকে ধৰি প্ৰতিটো দিশত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম…