Daily Time Axom

মধ্যপ্ৰদেশৰ কেবিনেট সম্প্ৰসাৰণ, ২৮জন নতুন মন্ত্ৰী

নিৰ্বাচনত জয়ী হোৱাৰ পিছত গেৰুৱা শিবিৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত মোহন যাদৱক নিযুক্তি দিয়ে। সূত্ৰ অনুসৰি এইবাৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিছে। আজি তেওঁৰ কেবিনেটত যোগদান কৰিব ২৮জন মন্ত্ৰীয়ে। এই তালিকাত কোন…

যৌন নিৰ্যাতনৰ প্ৰতিশোধ লৈ ৩ কিশোৰে যুৱকক হত্যা কৰি জুই লগাই দিলে

যৌন নিৰ্যাতনৰ প্ৰতিশোধ ল’বলৈ তিনিগৰাকী কিশোৰে ২৫ বছৰীয়া যুৱকক হত্যা কৰে। হত্যাকাণ্ডৰ পিছত শুকান গেছেৰে কাপোৰত জুই লগাই দিয়ে। দেওবাৰে আৰক্ষীয়ে এই ভয়ানক হত্যাকাণ্ডৰ খবৰ দিয়ে। যোৱা ২১ ডিচেম্বৰত দিল্লীৰ হজৰত নিজামুদ্দিন অঞ্চলত সংঘটিত হৈছিল…

মুকালমুৱাস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰূপালী জয়ন্তী সমাৰোহৰ। মুকলি সভাৰ সভাপতি উমাচৰন মেধিৰ সভাপতিত্বত আয়োজিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত,…

আজিৰে পৰা শুভাৰম্ভ কৰা হয় তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিনিধি সভাৰ…

তামুলপুৰ জিলাৰ তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও মন্দিৰ প্ৰাংগণত আজিৰে পৰা ২৬ ডিচেম্বৰলৈ দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ প্ৰতিনিধি সভাৰ আৰম্ভ হৈছ ৷ আজি পুৱাৰ ভাগত বিটিআৰৰ…

তৰুণ অসম সেৱক সংঘৰ সৌজন্যত চাংসাৰি হাইস্কুল খেলপথাৰত দিৱা-নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেটৰ চেম্পিয়ন…

কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা তৰুণ অসম সেৱক সংঘৰ সৌজন্যত চাংসাৰি হাইস্কুল খেলপথাৰত ২১ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ দেওবাৰে নিশা সামৰণি পৰে। অন্তিম দিনাৰ…

আজি দিনটোৰ ৰাশিফল

১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা আহিব , কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, লগতে আজি আপোনাৰ সৌভাগ্য উদয় হোৱাৰ যোগ দেখা যায়। ২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত সফল ভ্ৰমণ হ'ব, সঞ্চয়…

‘অপমান’কলৈ পুনৰ সৰব ধনখৰ

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ ছদ্মবেশৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বৃহত্তৰ প্ৰচাৰ কৌশল গ্ৰহণ কৰিছে। এতিয়া আৱেগ সৃষ্টি হৈছে পুনৰ। ৰাজনৈতিক শিবিৰৰ মতে, সমগ্ৰ বিষয়টোৰ লগত খাপ খুৱাই অধিৱেশন শেষ হোৱাৰ তিনিদিন পিছতো ধনখৰে আন্দোলন…

তামুলপুৰৰ মাজগাৰীত জিলা ভিত্তিক ব্ৰহ্মপুত্ৰ ভলীবল লীগ, চিজন-৪

তামুলপুৰৰ মাজগাৰীত আজি জিলা ভিত্তিক পিপল অৱ দ্য ৱৰ্ল্ড প্ৰেজেণ্ট ব্ৰহ্মপুত্ৰ ভলীবল লীগ, চিজন-4 অনুষ্ঠিত হয়। অসম ভলীবল মিছন-100 ৰ উদ্যোগত আৰু মাজগাৰী অজাপাৰ বিউটি ক্লাবৰ সহযোগত ১৬ অনুৰ্ধ লৰা আৰু ছোৱালী উক্ত ব্ৰহ্মপুত্ৰ ভলীবল লীগ তামুলপুৰৰ…

তীব্র বেগী বাইক চালকে আৰক্ষীক মহতিয়াই পলায়ন

আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সৰুপথাৰত আৰক্ষীৰ নিয়মীয়া তালাচীৰ বেহু ফালি তীব্র বেগী বাইক চালকে আৰক্ষীক মহতিয়াই পলায়ন। সৰুপথাৰত কৰ্তব্যৰত আৰক্ষীক মহতীয়ালে উদণ্ড বাইক আৰোহীয়ে। সৰুপথাৰ নগৰৰ ৰেল কৰ্চিংৰ সমীপত আজি সন্ধীয়া প্ৰায়…

নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বীতাৰ পথ মোকলোৱাৰ প্ৰচেষ্টা কলিয়াবৰৰ এগৰাকী শিক্ষিত যুৱকৰ

চৰকাৰী চাকৰিৰ পিছে পিছে খেদি ফুৰা বাদ দি নাৰ্ছাৰী ব্যৱসায়ৰে আত্মসংস্থাপন পথ মোকলোৱাৰ প্ৰচেষ্টা চলাইছে কলিয়াবৰৰ এজন যুৱকে । কলিয়াবৰ কুঠৰী নজান গাঁৱৰ এই শিক্ষিত যুৱক জনৰ নাম পুণ্যজিৎ দাস । স্নাতক ডিগ্ৰীধাৰী পুণ্যজিতে কুঠৰীত স্থাপন কৰিছে…