মান্দাকাটাস্থিত ৰাজধানী থিয়েটাৰৰ মুখ্য কাৰ্যালয় মুকলি
ভ্ৰাম্যমাণ নাট্যজগতৰ নৱতম সংযোজন ৰাজধানী থিয়েটাৰৰ মান্দাকাটাস্থিত মুখ্য কাৰ্যালয় মুকলি অনুষ্ঠান।এই অনুষ্ঠানত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী
মুকলি কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক হেমন্ত দত্তই।
কেবাগৰাকী জেষ্ঠ অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ ৰাজধানী…