Daily Time Axom

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা তামুলপুৰ জিলাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

তামুলপুৰ জিলা সদৰস্থিত আয়ুক্ত কাৰ্যালয় প্ৰাঙ্গণত আজি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঠনি প্ৰদান কৰা, জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি তথা মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা,…

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ, মুঠ ১৪৬জন !

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ। সেই সাংসদসকলক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই। লোকসভাৰ পৰা নিলম্বিত সাংসদৰ সংখ্যা ১৪৬ জন। ইয়াৰ পূৰ্বে বিৰোধী দল এলায়েন্স ইণ্ডিয়াৰ সদস্যসকলে দিল্লীৰ ৰাজপথত চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে।…

কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত বিধায়ক শশী…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱা,মাধৱপাৰা আৰু গেৰজাইপাম গাঁও পঞ্চায়তৰ বিকশিত ভাৰত সংকল্প যাত্ৰা অনুস্থিত হয়। কালিৰ দিনটোত অনুস্থিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত উপস্থিত থাকে ৰহা…

লিডুত অসম সাহিত্য সভাৰ ১০৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

লিডুত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ১০৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমি ৰূপে লিডুত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷৷ আজি প্ৰথম দিনা গ্ৰন্থমেলা আৰু…

শিৱসাগৰৰ আমগুৰি সমষ্টিত অখিল গগৈৰ আজি জনজাগৰণ যাত্ৰাৰ অন্তিম দিন

আবাল বৃদ্ধ বনিতাই বিপুল আদৰণি জনালে হাতীঘূলি পঞ্চায়তত। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে "ৰাইজৰ মাজলৈ ৰাইজৰ দল" নামাকৰণেৰে আৰম্ভ কৰা জনজাগৰণ যাত্ৰাত আজি আমগুৰি সমষ্টিৰ অন্তিম দিনা হাতীঘূলি পঞ্চায়তত বিভিন্ন বাট পথ ,…

চৰকাৰলৈ ভৰষা নকৰি ৰাইজে মেৰামতি কৰিলে পথ

কলিয়াবৰৰ কুঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৱৈমাৰি গাঁৱৰ ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে পথ । কাৱৈমাৰি গাঁৱৰ ৰাইজে এই পথটোৰ বাবে দীৰ্ঘ দিনৰে পৰা যাতায়তৰ নামত ভুগিব লগা হৈছিল যমৰ যাতনা। পথটো মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবৰ বাবে ৰাইজে…

বনভোজৰ বতৰত ৰিঙিয়াই মাতিছে নাজিৰাৰ নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীয়ে

ইংৰাজী নৱবৰ্ষক আদৰিবলৈ মাজত কেইটামান দিন বাকী।তেনেস্থলত এতিয়া দেখা গৈছে ৰাজ্যৰ বনভোজস্থলী সমূহত বনভোজৰ দলসমূহে আহি আনন্দত মতলীয়া হোৱা। ব্যত্ৰিক্ৰম নহয় নাজিৰা। নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলত দেখা গৈছে…

জামুগুৰিহাটৰ ধলাইবিলত লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যালয় গৃহৰ দ্বাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত আজি উত্তৰজামুগুৰি লেখিকা সমাৰোহ সমিতিৰ এটি নৱনিৰ্মীত কাৰ্য্যালয় গৃহৰ দ্বাৰ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷উন্মোচনী ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে লেখিকা সমাৰোহ সমিতিৰ পদক্ষেপৰ আদৰনী জনাই কয় যে এই…

নিজৰ সময় দিব পৰা নাই নেকি ? কিছুমান ঠাই ভ্ৰমণ কৰক

নিজক সময় দিয়াটো আধুনিক জীৱনত অতি প্ৰাসংগিক বিষয়। দিনটোৰ সকলো মানসিক চাপৰ পৰা আঁতৰি থকাটো সহজ নহয়। তদুপৰি দিনটোৰ ভিতৰত কিছু সময় অকলে থাকিলে মানসিক আৰু আধ্যাত্মিক বিকাশ ঘটে। যিটো পৰিশোধিত জীৱনশৈলীৰ বাবে অতি উপকাৰী। কিন্তু যদি অকলে থাকিবলৈ,…

ইজৰাইলৰ বিমান আক্ৰমণ, গাজাত এদিনতে ১০০ জন লোকৰ মৃত্যু

ইজৰাইলৰ বিমান আক্ৰমণত গাজাত এদিনত ১০০ জন লোকৰ মৃত্যু। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আছৰাফ আল-কুদ্ৰাই এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে। মঙলবাৰে সংঘটিত হয় এই আক্ৰমণ। যিয়েই নহওক,ইজৰাইলৰ আক্ৰমণত যোৱা ৭ অক্টোবৰৰ পৰা গাজাত কমেও…