ডায়েনাৰ পোছাক বিক্ৰী হ’ল ১৪ কোটি টকাত
১৯৯১ চনত ৰাজকুমাৰী ডায়েনাই পিন্ধা ভেলভেট গাউন এটা নিলামত প্ৰায় ৪ লাখ ৭৬ হাজাৰ পাউণ্ডত বিক্ৰী হয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিক্ৰী হোৱা এই পোছাকটো আছিল ডায়েনাই নিলামত পিন্ধা আটাইতকৈ দামী পোছাক। এইবাৰ ডায়েনাৰ আন এক পোছাকে সেই অভিলেখ ভংগ…