Daily Time Axom

দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব পশ্চিম বিলাসীপাৰাৰ চৰাঞ্চলবাসীৰ

বহু জল্পনা-কল্পনাৰ অন্তত আৰম্ভ হ'ল নায়েৰ আলগা মডেল কলেজৰ আৰ্থফিলিঙৰ কাম। বহু বিতৰ্কৰ পিছত নায়েৰ আলগা মডেল কলেজ নায়েৰ আলগাতে হোৱাৰ পথত। বিলাসীপাৰা পশ্চিম আৰু পূৱ সমষ্টিৰ বিধায়কদ্বয়ৰ প্ৰচেষ্টা আৰু আমছুৰ বহু ঘাত-প্ৰতিঘাতৰ ফলত নায়েৰ…

বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল, কফচিৰাপ সহ এজনক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ আৱৰ্ত ভৱনৰ সন্মুখত শনিবাৰে সন্ধিয়া ৫ টা ২০ মিনিটত বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল, নিচাজাতীয় কফচিৰাপ সহ এজন যুৱকক আটক কৰে। জানিব পৰা মতে, মানকাচৰ থানাৰ অন্তৰ্গত কুচনিমাৰা গাঁৱৰ ভেলু মিঞাৰ পুএ…

মৃত্যুদূতত পৰিণত হ’বলৈ ধৰিছে উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতাল

পূণৰ বিতৰ্কত উত্তৰ গুৱাহাটীৰ জি,এন,আৰ, চি হাস্পতাল। কিয় বাৰে বাৰে বিতৰ্কত সোমাই এইখন হাস্পতাল। কিয় ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হবলগীয়া হয় এইখন হাস্পতালত। পূৰ্বৰ দৰে পুনৰ ভুল চিকিৎসাৰ অভিযোগত ৰোগীৰ আত্মীয়ই জবাবদিহি কৰে চিকিৎসালয়…

নাজিৰা সীমান্তৱৰ্তী গেলেকী কমলাবাৰী বনভোজস্থলী বনভোজ প্ৰেমীৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি

✍️বনভোজস্থলী মুকলি কৰে মহকুমাধিপতি আয়ুষী জৈনে নাজিৰা সীমান্তৱৰ্তী গেলেকী কমলাবাৰী বনভোজস্থলী মূল প্ৰৱেশদ্বাৰখনি মহকুমাধিপতি আয়ুষী জৈনে ফিটা কাটি উদ্বোধন কৰে | বনভোজপ্ৰেমী ৰাইজক কমলাবাৰীলৈ বনভোজৰ বাবে আহিবলৈ আহ্বান জনোৱাৰ…

মৈৰাবাৰীৰ গুনাইবৰীৰ ২জন ভূৱা আধাৰ কাৰ্ড বনোৱা লোকক আটক

যোৱা ৰাতি মৈৰাবাৰী থানা এলেকাধীন গুনাইবড়ী গাৱত ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি থাকোতে স্থানীয় যুৱক কেইজনমানৰ সহযোগত মৈৰাবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰে ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰোতা দুজনক। ইয়াৰে এগৰাকী মহিলা। মহিলা গৰাকীৰ নাম পূৰবী।আনজনৰ নাম…

বিলাসীপাৰাত বিদ্যালয় পৰিচালনা কমিটি গঠনক লৈ উত্তপ্ত পৰিস্থিতি,ৰাইজক ছত্ৰ ভংগ দিবলৈ আৰক্ষী মোতায়েন

এখন বিদ্যালয় কমিটীৰ গঠন লৈ উত্তপ্ত পৰিস্থিতিৰ বিলাসীপাৰাত। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰা শিক্ষা খণ্ড অন্তৰ্গত ৫৯৮ নং গোৱালেৰ চৰ প্ৰাথমিক বিদ্যালয়ত। সমগ্ৰ ধুবুৰী জিলাত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ পৰিচালনা গঠন প্ৰক্ৰিয়া চলি থকাৰ…

অসম আদৰ্শ গাওঁ যোজনাৰ অধীনত ২০২২-২০২৩ বৰ্ষৰ শিৱসাগৰ, থাওৰা, নাজিৰা আৰু আমগুৰি সমষ্টিৰ আঁচনি সমূহৰ…

শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অসম আদৰ্শ গাওঁ যোজনাৰ অধীনত ২০২২-২০২৩ বৰ্ষৰ শিৱসাগৰ, থাওৰা, নাজিৰা আৰু আমগুৰি সমষ্টিৰ আঁচনি সমূহ পৰ্যালোচনা কৰা হয়৷ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে অতিৰিক্ত আয়ুক্ত পাৰ্থ প্ৰতিম খনিকৰক সমষ্টি…

মন্ত্ৰীসকলক কি সকীয়াই দিলে প্ৰধানমন্ত্ৰীয়ে

সংসদত গেছ আক্ৰমণৰ সন্দৰ্ভত মন্ত্ৰীসকলক সকীয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজনীতিত নহয় বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰধানমন্ত্ৰীয়ে এই বাৰ্তা প্ৰদান কৰে। বুধবাৰে সংসদত আক্ৰমণ চলালে দুজন লোকে। এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে…

কেৰালাত নৃশংস নৰখাদক বাঘ হত্যাৰ নিৰ্দেশ

কেৰেলাৰ গাঁৱত নৰখাদকৰ নৃশংসকাণ্ড । এই নৃশংস বাঘটোক ততাতৈয়াকৈ হত্যা কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়া হৈছে। কেৰেলাৰ বনমন্ত্ৰী এ কে ছাচেন্দ্ৰনে কয় যে কিছুদিন পূৰ্বে বাঘটোৱে ৱায়ানাডত এজন লোকক হত্যা কৰিছিল। ইতিমধ্যে বন বিভাগে বাঘটোক চিনাক্ত…

সৰিয়হতলী শংকৰদেৱ শিশু নিকেতনৰ বিদ্যালয় সপ্তাহৰ সামৰণি

"অভিভাৱক-শিক্ষক-ছাত্ৰ"ৰ ত্ৰিশংকু সম্বন্বয় শিশুৰ সামগ্ৰিক বিকাশৰ মন্ত্ৰ"-প্ৰিয়ংকু নাৰায়ণ বৰুৱা নলবাৰীৰ সৰিয়হতলীস্থিত শংকৰদেৱ শিশু নিকেতনৰ আজি বিদ্যালয় সপ্তাহৰ মূল সভা আৰু বটা বিতৰণী কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰধানআচাৰ্য গৌতম…