সংসদৰ নিৰাপত্তাৰ ওপৰত এতিয়া ডাঙৰ প্ৰশ্ন
২২ বছৰ পূৰ্বে সংসদ আক্ৰমণৰ স্মৃতি পুনৰ ঘূৰি আহিল লোকসভালৈ। লোকসভাৰ গেলেৰীৰ পৰা চেম্বাৰত জপিয়াই পৰে দুই যুৱক। সংসদৰ নিৰাপত্তাক লৈ এটা ডাঙৰ প্ৰশ্নবোধক উত্থাপন হৈছে। লোকসভাত দুই যুৱকে ‘ৰঙীন বোমা’ নিক্ষেপ কৰাৰ চেষ্টা কৰে। দুয়োকে গ্ৰেপ্তাৰ…