পৰ্বতঝোৰাৰ মংগলাঝোৰাত ইউ পি পি এল দলৰ”BLOCK LEVEL WORKER’S TRAINING” কাৰ্য্যসূচী…
আগন্তুক লোক সভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ পিছ পৰি থকা নাই ইউ পি পি এল দল ।
আজি দিনজোৰা কাৰ্য্য সূচীৰে বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত মংগলাঝোৰা কমিনিউটি হলত ইউ পি পি এল…