বেংগালুৰুৰ ১৩খন বিদ্যালয়লৈ ভাবুকি ইমেইল, নিশাৰ ভিতৰতে বিদ্যালয় খালী
পুৱা সাত বজাত বেংগালুৰু চহৰৰ ১৩খন বিদ্যালয়ত বোমাতংক। শুকুৰবাৰে পুৱা এটা বেনামী ইমেইলযোগে এই ভাবুকি দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইমেইলটোত দাবী কৰা হৈছে যে বিদ্যালয়ৰ চৌহদত বিস্ফোৰক সামগ্ৰী ৰখা হৈছে। এই ইমেইল পোৱাৰ পিছত…