কবিতা-গীতেৰে সমৃদ্ধ বৰক্ষেত্ৰীৰ বৰ্ণিবাৰীৰ ডিৰুৱা
*বৰ্ণিবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বীজ- the seed ৰ আতিথ্যত ডক্টৰ বিনয় কুমাৰ মজুমদাৰৰ কাব্যগ্ৰন্থ উন্মোচনৰ লগতে কবি সন্মিলনৰ আয়োজন।
নলবাৰী জিলাৰ ডিৰুৱা প্ৰাথমিক বিদ্যালয়ত "বীজ -the seed" ৰ আতিথ্যত "বৰ্ণিবাৰী শাখা সাহিত্য সভা"ৰ…