Daily Time Axom

মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ত দুদিনীয়া কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন

মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ে ২৫ টা বৰ্ষত ভৰি দি দুদিনীয়াকৈ উৎযাপন কৰিছে ৰূপালী জয়ন্তী উৎসৱ ৷ আনহাতে মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়খনে বিগত ২৫ বছৰজোৰা শৈক্ষিক যাত্ৰাকালত শতাধিক মানৱ সম্পদ গঢ় দিয়াৰ লগতে মৰিগাঁৱৰ গৌৰৱময় শৈক্ষিক পৰিবেশ…

তামুলপুৰত BTR চৰকাৰৰ শিশু অধিকাৰ সুৰক্ষাৰ ওপৰত কৰ্মশালা

কৰ্মশালাত অংশগ্ৰহণ BTR প্ৰধান প্ৰমোদ বড়ো সহ BTRৰ MCLA তথা EM সকলৰ। ২০২৫ ৰ ভিতৰত শিশুৰ বাবে সুৰক্ষিত BTR গঢ়াৰ লক্ষ্য। BTR ৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ বাবে শিশু সুৰক্ষাৰ নামত পাছ লাখ থকাকৈ নিৰ্ধাৰণ। আজি ইউনিচেফ আৰু CDPS নামৰ সংস্থাটোৰ ফালৰ…

অৱশেষত মুক্তিৰ সোৱাদ! যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগে লগে ২৫ জন পণবন্দীক মুকলি হামাছৰ

ইজৰাইল-হামাছৰ সংঘাতত প্ৰথম যুদ্ধবিৰতি। অৱশেষত হামাছে ২৫ জন পণবন্দীক মুকলি কৰি দিয়ে। ইয়াৰ ভিতৰত আছে ১৩ জন ইজৰাইলী আৰু ১২ জন থাই নাগৰিক। মুক্ত ইজৰাইলৰ নাগৰিকক ৰেড ক্ৰছৰ হাতত গতাই দিয়া হয়। আনহাতে থাইলেণ্ডৰ নাগৰিকসকলক অতি সোনকালে…

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে চলিছে অসম সাংস্কৃতিক মহাসংগ্ৰাম

সৰভোগৰ পৌৰসভাৰ ফালৰপৰা উত্তৰগনকগাড়ী কালী মন্দিৰৰ জননেতা ঘনশ্যাম তালুকদাৰ স্মৃতি মঞ্চত পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতাঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে চলিছে অসম…

অসম গোঁৰ্খা সন্মিলন মাৰ্ঘেৰিটা জিলাৰ উদ্যোগত তিহাৰ উৎসৱ উদযাপন

অসম গোঁৰ্খা সন্মিলন মাৰ্ঘেৰিটা জিলাৰ উদ্যোগত ও মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত সমূহ গোৰ্খা জনগোষ্ঠীয় ৰাইজৰ সহযোগত আজিৰে পৰা মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত কেটেটং জনজাতি হাইস্কুলৰ খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় গোঁৰ্খা জনগোষ্ঠীৰ অন্যতম উৎসৱ…

কেনেকৈ সুস্থ আৰু সুখী হৈ থাকিব

প্ৰেমত পৰাটো সহজ, কিন্তু প্ৰেমৰ সম্পৰ্ক বজাই ৰখাটো একেবাৰেই সহজ নহয়। আমাৰ বহুতেই বিশ্বাস কৰে যে এই পৃথিৱীত আমাৰ আত্মাৰো সঙ্গী আছে। আৰু এই যোৰা স্বৰ্গত বনোৱা হয়। কিন্তু য়াৰ অৰ্থ এইটো নহয় যে সম্পৰ্ক বজাই ৰখাৰ যাত্ৰা মসৃণ । যেনেকৈ…

তেলেংগানাত পৰিৱৰ্তনৰ আহ্বান অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কয় যে বিগত ১০ বছৰে তেলেংগানাত কোনো অগ্ৰগতি হোৱা নাই। খোদ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও দুৰ্নীতিৰ সৈতে জড়িত। তেওঁ তেলেংগানাৰ জনসাধাৰণৰ বাবে একো নকৰিলে। তেলেংগানাৰ…

গণেশগুৰিত শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ

কাইলৈ গুৱাহাটী পাবহি ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতি কঢ়িয়াই অনা বাহন কামাখ্যা - গোশালা -লাচিত নগৰ - খৃষ্টিয়ান বস্তি - গণেশগুৰিৰত ব্যাপক আদৰণি পৰ্বৰ আয়োজন গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানৰ…

গাজাত সম্পূৰ্ণ যুদ্ধবিৰতি বিচাৰিছে মালালাই

গাজাত সম্পূৰ্ণ যুদ্ধবিৰতি বিচাৰিছে মালালা ইউছুফজাই। শান্তিৰ নোবেল বঁটা লাভ কৰা পাকিস্তানী সমাজ কৰ্মী মালালা ইউছুফজাই ১৫ বছৰ বয়সতে তালিবানৰ কাৰণে দেশ এৰি পলায়ন কৰে। এইবাৰ তেওঁ অস্থায়ী যুদ্ধবিৰতিত সকাহ পাইছে। অৱশ্যে সম্পূর্ণ…

আজি ৰাজস্থানত চলি আছে ভোটগ্ৰহণ

ৰাজস্থানত আৰম্ভ হৈছে ভোটগ্ৰহণ। দিনটোত মুঠ ২০০টা বিধানসভা সমষ্টিত ১৯৯খন আসনৰ ভোটগ্ৰহণ চলি আছে। কৰণপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গুৰমীত সিং কুনুৰৰ মৃত্যু হোৱা বাবে এই সমষ্টিত ভোটগ্ৰহণ স্থগিত ৰখা হৈছে। ৩ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব…