Daily Time Axom

লিডুত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

এফালে উন্নয়নৰ ঢাক ঢোল ৷ আনফালে এতিয়াও বাহৰ দলঙেৰে বিপদসংকূল যাতায়ত ব্যৱস্তা ৷ মাৰ্ঘেৰিটা লিডুৰ টিৰাপ নদীৰ উপৰত আজিওঁ নিৰ্মান নহল এখন পকী দলং ৷ মাৰ্ঘেৰিটা লিডুত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷…

উত্তৰ কোৰিয়াৰ চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণ

উত্তৰ কোৰিয়াই পৰীক্ষামূলকভাৱে মহাকাশলৈ প্ৰেৰণ কৰিলে চোৰাংচোৱা উপগ্ৰহ। জাপান আৰু দক্ষিণ কোৰিয়াই এই তথ্য প্ৰকাশ কৰিছে। উত্তৰ কোৰিয়াই নিষিদ্ধ বেলিষ্টিক মিছাইলেৰে মহাকাশলৈ প্ৰেৰণ কৰিছে চোৰাংচোৱা উপগ্ৰহ জাপান আৰু দক্ষিণ কোৰিয়া সষ্টম হৈ…

যুদ্ধবিৰতিৰ বিষয়ে ইজৰাইল চৰকাৰে কি কয়

কাটাৰৰ হেচাত ইজৰাইল চৰকাৰে গাজাত অস্থায়ী যুদ্ধবিৰতিৰ চুক্তিত অনুমোদন জনালে। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে এই চুক্তিৰ অৰ্থ এইটো নহয় যে যুদ্ধ বন্ধ হ’ব।’ ইজৰাইল চৰকাৰে স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা চাৰিদিনীয়া…

পুৰুষসকলৰ মহিলাতকৈ আয়ুস কম কিয়

সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত পুৰুষসকল মহিলাতকৈ পিছ পৰি আছে। যিয়ে তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। নাৰী বা পুৰুষ, কোন বেছি দিন জীয়াই থাকে সেয়া সকলোৰে মনত কম বেছি পৰিমাণে থকা এটা প্ৰশ্ন। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষৰ গড় আয়ুস…

বৰ্বৰ হামাস! ইজৰাইলী যুৱতীৰ জীৱন ভিক্ষাকো উপেক্ষা কৰি পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা গুলী চালনা

হামাছে ৭ অক্টোবৰত ইজৰাইল আক্ৰমণ কৰিছিল। তেতিয়াৰ পৰাই ইজৰাইল-হামাছৰ সংঘৰ্ষ আৰম্ভ হৈছে। এতিয়া, এটা ভিডিঅ' মুকলি কৰিছে। যিটোত দাবী কৰা হৈছে যে এইটো যোৱা মাহৰ ৭ তাৰিখৰ ভিডিঅ'। ফুটেজটোৱে দেখুৱাইছে যে কেনেকৈ হামাচৰ বন্দুকধাৰীসকলে সংগীত উৎসৱলৈ…

আমিন গাঁও নিউ ক’লনীত অঘটন

বিবাহিত পুৰুষৰ শাৰীৰিক নিৰ্যাতনৰ বলি ১৫ বছৰীয়া কিশোৰী । শয়নৰত কিশোৰীক অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ লওতেই পত্নীয়ে পেলালে ধৰা । আমিন গাঁও নিউ ক'লনীৰ সুদীপ দাস (৪৫) নামৰ পাষণ্ডই নিজ কন্যাৰ স'তে শুই থকা কিশোৰীগৰাকীক চলাইছিল কু-অভিপ্ৰায় ।…

চকচকা মণ্ডলৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ

ভাৰতীয় জনতা পাৰ্টিৰ সৰভোগ সমষ্টিৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে সৰভোগ তথা বৰনগৰ অঞ্চলৰ ১০১ গৰাকী বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ মাজত চেক বিতৰণ কৰে৷চেক বিতৰণৰ সময়ত আজি চকচকা ব্লক মণ্ডলৰ সভাপতি…

বিহাৰৰ মধেপুৰা জিলা উপায়ুক্তৰ গাড়ীৰ খুন্দাত এটা শিশুসহ ৩ জনকৈ লোকৰ মৃত্যু

বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মধেপুৰা জিলা দণ্ডাধীশ বিজয় প্ৰকাশ মীনাৰ গাড়ীয়ে মঙলবাৰে কেইবাজনো পথচাৰীক চেপি সংঘটিত কৰা দুৰ্ঘটনাত ৭ বছৰীয়া শিশুসহ ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীৰ…

ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে ২৩ নবেম্বৰৰ পৰা গণেশগুৰিত শ্ৰীশ্ৰী হনুমান মন্দিৰৰ প্ৰাণ…

গুৱাহাটী ২২ নবেম্বৰ: গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানত নিৰ্মাণ কাৰ্য্য অব্যাহত থকা হনুমান মন্দিৰটো পাচ দিনীয়া পূজা অৰ্চনাৰে অহা ২৮ নবেম্বৰত উদ্ধোধন কৰা হ'ব। ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে…

বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিশ্বকাপত ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে এজন ২১ বছৰীয়া যুৱকে! দেওবাৰে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত। আশাহত হৈ পৰিছিল কোটি কোটি ক্ৰিকেট অনুৰাগী।আন অনুৰাগীৰ দৰে…