ঘৰৰ ভিতৰৰ বায়ু বিশুদ্ধ কৰাৰ উপায়
ঘৰৰ ভিতৰৰ প্ৰদূষিত বায়ুৱে শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়।
‘ক্লিন এয়াৰ ইণ্ডিয়া মুভমেণ্ট’ৰ অংশ আৰ্টেমিছ হস্পিতালৰ এক অধ্যয়নত দেখা গৈছে যে ঘৰৰ ভিতৰৰ অস্বাস্থ্যকৰ পৰিৱেশৰ ফলত বায়ুজনিত ৰোগ হয় ৩১ শতাংশ। ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণৰ ফলত…