Daily Time Axom
Browsing Category

Guwahati

সামৰিক অনুশীলনত ব্যস্ত আমেৰিকা-ফিলিপাইনছ

টাইৱানৰ চাৰিওফালে চীনে বৃহৎ পৰিসৰৰ অনুশীলনৰ এদিন পিছতে আৰম্ভ কৰিছে আমেৰিকা আৰু ফিলিপাইনছৰ সৰ্ববৃহৎ যৌথ সামৰিক অনুশীলন। মঙলবাৰৰ পৰা আৰম্ভ হোৱা দুসপ্তাহজোৰা অনুশীলনত প্ৰায় ১২,২০০ আমেৰিকান সৈন্য, ৫,৪০০ ফিলিপাইন সৈন্য আৰু ১০০
Read More...

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযূষ হাজৰিকা

নিউজ ডেস্ক, ৪ মাৰ্চঃ দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযূষ হাজৰিকা। গুৱাহাটীত অনুষ্ঠিত অসম টেবুল টেনিচ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যিক সদস্যসকলৰ লগতে জিলা সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিবৰ্গৰ উপস্থিতিত দ্বিতীয়বাৰলৈ
Read More...

গুৱাহাটীত বিজেপি নেতাৰ ওপৰত আক্ৰমণ, সংকটজনক অৱস্থাত চিকিৎসাধীন নেতাজন

নিউজ ডেস্ক, ৪ মাৰ্চঃ বিজেপি নেতাক আক্ৰমণ। গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক আক্ৰমণ দুৰ্বৃত্তৰ। গুৱাহাটী ৰে'ল ষ্টেছনৰ সন্মুখত আক্ৰমণ কৰে দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে সংঘটিত কৰিছিল এই আক্ৰমণ। ১৭ টা চিলাই কৰিব লগীয়া হৈছে পাঠকৰ
Read More...

শাৰীৰিক পৰীক্ষাৰ বাবে GMCHলৈ অনা হৈছে বন্দনা কলিতাসহ অৰূপ ডেকা, ধনটি কলিতাক

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ তদন্ত অব্যাহত আছে। আজি পুৱাই এই ঘটনাৰ খলনায়িকা বন্দনা কলিতাক পাণবজাৰ থানাৰ পৰা লৈ অহা হৈছে GMCHলৈ। লগতে অনা হৈছে দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাকো। জানিব পৰা মতে, তদন্তৰ খাটিৰত
Read More...

বন্দনাসহ তিনি অভিযুক্তক পুনৰ ৪দিনৰ আৰক্ষী জিম্মালৈ

নিউজ ডেস্ক, ২৭ ডিচেম্বৰঃ পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা। অৰূপ ডেকা, ধনটি ডেকাকো ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিলে আদালতে। আজি আদালতত হাজিৰ কৰোৱা হৈছিল ডাবল মাৰ্ডাৰৰ ৩ অভিযুক্তক। এতিয়াও আৰক্ষীৰ পৰা বহু কথা গোপনে ৰাখিছে বন্দনা কলিতাই।
Read More...

আজি শপত ল’ব অসমৰ নৱনিযুক্ত ৰাজ্যপালে গুলাব চান্দ কাটাৰিয়াই

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ আজি শপত ল'ব অসমৰ নৱনিযুক্ত ৰাজ্যপালে গুলাব চান্দ কাটাৰিয়াই। দিনৰ ১১ বজাত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব শপতগ্ৰহণ অনুষ্ঠান। শপত বাক্য পাঠ কৰোৱাব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। উপস্থিত থাকিব মুখ্যমন্ত্ৰীকে ধৰি
Read More...

‘মোৰ ছোৱালী হ’লেও কথা নাই, গুলীয়াই মাৰক’ হত্যাকাৰী বন্দনাক গুলীয়াই মাৰিবলৈ…

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত অব্যাহত আছে । তিনি হত্যাকাৰী বন্দনা কলিতা, ধনজিৎ ডেকা আৰু অৰূপ দাসক লৈ মেঘালয়ত আৰক্ষীয়ে চলাইছে অভিযান। ইতিমধ্যে আৰক্ষীয়ে বন্দনা কলিতাৰ শাহুৱেক শংকৰী দে’ৰ ক্ষত–বিক্ষত
Read More...

পৰকীয়া প্রেমৰ ভয়ংকৰ ভয়ংকৰ পৰিণতি! স্বামী-শাহুৰ মৃতদেহ কাটি ভৰাই থলে ফ্রীজত

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ নুনমাটিত নৃশংস হত্যাকাণ্ড! শাহু আৰু স্বামীক হত্যা বোৱাৰীৰ। পৰকীয়া প্ৰেমৰ বাবে সংঘটিত এই হত্যাকাণ্ড। স্বামী অমৰজ্যোতি দে, শাহুৱেক শংকৰী দেক হত্যা। শাহু, স্বামীৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ত।
Read More...

শিৱৰাত্রীৰ নিশা মহানগৰীৰ ওদালবাক্রাত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ শিৱৰাত্ৰিৰ নিশা মহানগৰীৰ ওদালবাক্ৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড। ই-ৰিক্সা আৰু টেম্প চালকৰ সাধাৰণ মাৰপিটে ল'লে ভয়ংকৰ পৰিণতি। শিলেৰে আক্ৰমণ কৰাত থিতাতে নিহত ই-ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিন। প্ৰথমে টেম্প’ আৰু ই
Read More...

আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰীঃ ৰঞ্জিত‌ বৰা হত্যাকাণ্ডৰ‌ মাষ্টাৰ‌ মাইণ্ড শ্বাহ আলমক এনকাউন্টাৰ । মহানগৰীৰ সোনাপুৰত এনকাউন্টাৰ শ্বাহ আলমক । বৃহস্পতিবাৰে আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল শ্বাহ আলম তালুকদাৰে। বুকুত দুটাকৈ গুলী লাগিছে শ্বাহ আলমৰ।
Read More...