আৰক্ষীৰ জিম্মাৰ পৰা পলাল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম
নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ সাতগাঁও থানাত অঘটন।হেণ্ডকাফ লৈয়ে পলায়ন কৰে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম। বৃহস্পতিবাৰে নিশা সাতগাঁও থানাই আলমক লগত লৈ অভিযান চলাইছিল।
পঞ্জাবাৰীৰ বতাহঘূলি অঞ্চলত অভিযান চলাই থকাৰ সময়তেই আৰক্ষীৰ!-->!-->!-->…
Read More...
Read More...