সোণাপুৰৰ টোল গেটত ১৫ কোটি টকাৰ মূল্য়ৰ ৬০ হাজাৰ য়াবা টেবলেট জব্দ
নিউজ ডেস্ক, ৫ নৱেম্বৰঃ সোণাপুৰৰ টোল গেটত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। এখন বাহনৰ পৰা জব্দ ৬০ হাজাৰ য়াবা টেবলেট। মণিপুৰৰ পৰা গুৱাহাটীলৈ আনিছিল এই টেবলেটখিনি। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য ১৫ কোটি টকা।
যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি!-->!-->!-->…
Read More...
Read More...